শীতকালত গা ধুৱাৰ কথা ক’লে বহুতৰে ভয়ত যেন হাত ভৰি লুকায়৷ যদি বতৰ ডাৱৰীয়া হয় তেতিয়া হ’লেতো কথাই নাই৷ শীতকালত বহুতে দিনৰ পাছত দিন ধৰি গা ধুবলৈ বাদ দি পলায়৷ ইয়াৰ বিপৰীতে বহুতে আৰু প্ৰচণ্ড শীততো ঠাণ্ডা পানীৰে গা ধুই ভাল পায়৷ তেওঁলোকৰ যুক্তি বিষেহে বিষ আঁতৰ কৰিব পাৰে৷ শীত
Month: January 2023
আই চি এম আৰৰ তত্বাৱধনাত গৱেষণা গায়ত্ৰী মন্ত্ৰ আৰু যোগ সাধনা কৰিলে কৰ’না আঁতৰে! কেন্দ্ৰীয় বিজ্ঞান মন্ত্ৰণালয়ৰ সহযোগত এই বিষয়ে এইম্ছত গৱেষণা চলি আছে৷ উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ অৰ্থাৎ আই চি এম আৰৰ তত্ত্বাৱধানত এই গৱেষণা চলিছে৷ ঋষিকেশত থকা এইম্ছত সম্প্ৰতি ২০জন ক’ভিড আক্ৰান্তক ইয়াৰ বাবে নিৰ্বাচন
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেণ্ডফ’ৰ্ট, টেক্সাছ আৰু মাছাছুচেটছ বিশ্ববিদ্যালয়, ইংলেণ্ডৰ ক’লম্বিয়া বিশ্ববিদ্যালয় আৰু ভাৰতৰ সত্যম বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাত প্ৰকাশিত তথ্য অনুযায়ী আধুনিক মানৱ জীৱনত সামাজিক, পাৰিবাৰিক আৰু আৰ্থিক চাপ ইমানে বেছি বৃদ্ধি পাইছে যে জীৱনৰ আনন্দখিনিও উপভোগ কৰিবলৈ মানুহে সময় নোপোৱা হৈছে। কানাডাৰ ভাংকুভাৰ বিশ্ববিদ্যালয়ৰ মনস্তত্ববিদ জিলি ডিকাৰজে মন্তব্য কৰিছে যে সমাজত
ৰাষ্ট্ৰসংঘ আৰু ‘ৱাক ফ্ৰী ফাউণ্ডেশ্বন’ৰ সাম্প্ৰতিক যুটীয়া সমীক্ষাত প্ৰকাশ যে ২০১৬-২১ বৰ্ষত বিশ্বৰ ৫ কোটি মানুহ বলপূৰ্বক শ্ৰম আৰু বলপূৰ্বক বিবাহত বন্দী হৈ আছে। ইয়াৰে ২.৮০ কোটি লোক বলপূৰ্বকভাৱে শ্ৰমিক হিচাপে নিয়োগ কৰা হৈছে , আৰু ইয়াৰ ২০ শতাংশই হৈছে শিশু শ্ৰমিক । এই শিশুসকলৰ আধা সংখ্যককেই যৌন ব্যৱসায়ত লিপ্ত
উষ্ণায়নৰ ফলত মেৰু অঞ্চলৰ বৰফ গলাৰ বাতৰিয়ে বিশ্বত উদ্বিগ্নতাৰ সৃষ্টিৰ মাজতে এদল বিজ্ঞানীয়ে এণ্টাৰ্কটিকাৰ অন্তৰ্ভাগত এখন ৪৬০ কিল’মিটাৰ দীঘৰ ডাঙৰ নদীৰ সন্ধান লাভ কৰিছে। আকাশ মণ্ডলত স্থাপন কৰা ৰাডাৰৰ জৰিয়তে এণ্টাৰ্কটিকাৰ হিমবাহৰ তলত প্ৰৱাহিত নদীখনৰ বিষয়ে ভূবিজ্ঞানীসকলে জানিব পাৰে। নদীখনৰ ওপৰৰ অংশত অৱস্থিত বৰফ গলিলে সমগ্ৰ বিশ্বৰ সাগৰ পৃষ্ঠ ১৪