Month: January 2023

এইবোৰ খাদ্যৰে ধৰি ৰাখক আপোনাৰ যৌৱন

এইবোৰ খাদ্যৰে ধৰি ৰাখক আপোনাৰ যৌৱন

মানুহৰ যৌৱন, ৰূপ লাৱন্য নিৰ্ভৰ কৰে বয়সৰ লগত৷ বয়স বাঢ়ি আহিলে স্বাভাৱিকতেই সলনি হয় মানুহৰ যৌৱন, ৰূপ লাৱন্য৷ বয়সৰ ওপৰত যৌৱন, ৰূপ লাৱন্য নিৰ্ভৰ কৰে যদিও কিছুমান নিয়ম মানি চলিলে তাক কিছু পৰিমাণে নিয়ন্ত্ৰনত ৰাখিব পাৰি৷ কিন্তু বহুতেই এনেধৰণৰ নিয়ম মানি নচলে৷ ফলত কম বয়সতে বহুতৰ ৰূপ লাৱন্য ম্লান পৰে৷

এইবোৰ বদ্‌অভ্যাসে মাতি আনে অকাল বাৰ্ধক্য

এইবোৰ বদ্‌অভ্যাসে মাতি আনে অকাল বাৰ্ধক্য

বয়স বৃদ্ধিৰ লগে লগে বাৰ্ধক্য অহাটো স্বাভাৱিক৷ কিন্তু কিছুমান বদ্‌অভ্যাসে মানুহক বয়সৰ পূৰ্বেই বাৰ্ধক্যৰ পিনে ঠেলি দিয়ে৷ তেনে বদ্‌অভ্যাসসমূহ এৰিব পাৰিলে তাৰুণ্য অটুট ৰাখিব পৰা যায়৷ ছাল সোতৰা-সোতৰ হোৱা, সোনকালে ভাগৰ লগা, চুলি পকা, ওজন কঢ়িয়ালে বিষ অনুভৱ কৰা আদি বয়সৰ পূৰ্বেই বৃদ্ধ হোৱাৰ লক্ষণ৷ বিশেষজ্ঞসকলৰ মতে এইবোৰ বদ্‌অভ্যাসে মানুহক

শিশুৰ আকস্মিকভাৱে শ্বাস কষ্ট হ’লে কি কৰিব?

শিশুৰ আকস্মিকভাৱে শ্বাস কষ্ট হ’লে কি কৰিব?

আপোনাৰ শিশুটিয়ে আকস্মিকভাৱে শ্বাস-প্ৰশ্বাসত কষ্ট পাইছেনে নেকি? শিশুৱে সাধাৰণতে এলাৰ্জি আৰু এজ্‌মাজনিত সমস্যাত ভুগিলে শ্বাস-প্ৰশ্বাসত কষ্ট পাব পাৰে৷ আনহাতে সামান্য জ্বৰ উঠাৰ বাবেও শ্বাস-প্ৰশ্বাসত কষ্ট পাব পাৰে শিশুটিয়ে৷ আনহাতে নিউমোনিয়াত ভুগিলেও শিশুটিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পাব পাৰে৷ শিশুৰ হঠাৎ শ্বাস কষ্ট হ’লে চিকিৎসকৰ ওচৰলৈ যোৱাৰ পূৰ্বে আপুনি ঘৰতে কেইটামান সাৱধানতা

মোবাইল ফোনৰ সঘন ব্যৱহাৰে শিশুলৈ বিপদ মাতিব পাৰে

মোবাইল ফোনৰ সঘন ব্যৱহাৰে শিশুলৈ বিপদ মাতিব পাৰে

মোবাইল এতিয়া সকলোৰে বাবে অপৰিহাৰ্য আহিলাত পৰিণত হৈছে৷ দৈনন্দিনৰ সকলো কাম-কাজ এতিয়া মোবাইল নহ’লে অচল৷ ঘৰত থাকিয়েই সকলো কাম সমাধান কৰিব পৰাৰ মাধ্যমত পৰিণত হৈছে মোবাইল৷ দিনটোৰ বেছিভাগ সময়েই মানুহ এতিয়া মোবাইল নিৰ্ভৰশীল হৈ পৰিছে৷ প্ৰাপ্তবয়স্কৰ পৰা কণমানি শিশুলৈকে মোবাইলৰ প্ৰভাৱ সৰ্বগ্ৰাসী হৈ পৰিছে৷ বিশেষকৈ ক’ভিডজনিত পৰিস্থিতিয়ে সৃষ্টি কৰা আতংকই

শ্ৰী গণেশৰ পূজা কৰাৰ ৫টা বিশেষ লাভ

শ্ৰী গণেশৰ পূজা কৰাৰ ৫টা বিশেষ লাভ

বুধবাৰে ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীৰ পুত্র আৰু দেৱতাসকলৰ প্ৰথম আৰাধ্য দেৱতা গণপতিক উপাসনা কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ দিন বুলি গণ্য কৰা হয়। তেওঁ ৰিদ্ধি সিদ্ধিৰ দাতা আৰু তেওঁক উপাসনা কৰিলে, যিকোনো কাৰ্য্য বাধা অবিহনে পূৰ্ণ হয়। বিশ্বাস কৰা হয় যে, বুধবাৰে ভগৱান শ্ৰী গণেশৰ পূজা বিধি সম্পূর্ণ বিধি বিধান অনুসৰি