Month: January 2023

সোনকালে ওজন কমাবৰ বাবে এইকেইটা ব্যায়াম কৰক

সোনকালে ওজন কমাবৰ বাবে এইকেইটা ব্যায়াম কৰক

ওজন কমাবৰ বাবে আজিকালি বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ওলাইছে যদিও কেইটামান সহজ ব্যায়াম কৰিলেই কম সময়তে ওজন কমাব পাৰি৷ বহুসংখ্যক লোকে ওজন কমাবৰ বাবে বিশেষকৈ ডায়েট নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে৷ যাৰ বাবে খাদ্য খোৱাৰ পৰিমাণ হঠাতে কমাই দিয়ে৷ এইদৰে ডায়েট নিয়ন্ত্ৰণৰ পাছতো ওজন হ্ৰাস নাপালে উদ্বিগ্নতাত ভোগে৷ কিন্তু ওজন হ্ৰাস কৰাৰ

শোৱাৰ সময়ত তুলীৰ তলত নেমু ৰাখিলে পোৱা যায় এইবোৰ উপকাৰ

শোৱাৰ সময়ত তুলীৰ তলত নেমু ৰাখিলে পোৱা যায় এইবোৰ উপকাৰ

নেমু যে স্বাস্থ্যৰ বাবে উপকাৰী সেয়া সকলোৱে জানে৷ ইয়াৰ ৰসত প্ৰচুৰ পৰিমাণে থাকে পুষ্টিকৰ উপাদান আৰু ভিটামিন৷ তদুপৰি নেমু ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, ফলিক এছিড আৰু বিটাকেৰোটিনৰ দুৰ্দান্ত উৎস৷ নিশা শোৱাৰ সময়ত বিছনাৰ তুলীৰ তলত কটা নেমু ৰাখিলে উপকাৰ পোৱা যায়৷ শুনিবলৈ আচহুৱা যেন লাগিলেও গৱেষকসকলৰ মতেও কটা নেমু শোৱাৰ

গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক আৰু অসমীয়া ভাঙনি

গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক আৰু অসমীয়া ভাঙনি

গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক ক্ৰমে -৩৬ -৪৪ সদায় পাঠ কৰিলে মনোবল বৃদ্ধি হয়। নিজে পাঠ কৰাৰ লগতে ঘৰৰ সকলোৱে পাঠ কৰিলে গৃহৰ পৰা নাকাৰাত্মক ভাব দূৰ হয়। এই শ্লোক কেইটাৰ ধ্বনিত বহুত সাকাৰাত্মক উৰ্জা আছে। अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।। ৩৬।। অসমীয়াত– অবাচ্যবাদাংশ্চ বহুন্ বদিষ্যন্তি

স্মাৰ্টফোনৰ বেটাৰী বেকআপ্‌ বঢ়াব পাৰি এইবোৰ উপায়েৰে

স্মাৰ্টফোনৰ বেটাৰী বেকআপ্‌ বঢ়াব পাৰি এইবোৰ উপায়েৰে

কোনবিধ স্মাৰ্টফোনৰ বেটাৰী বেকআপ কেনেকুৱা সেয়া পৰীক্ষা কৰিহে আজিকালি গ্ৰাহকে ফোন ক্ৰয় কৰে৷ কিয়নো আজি-কালি দিনটোৰ কাম-কাজৰ অধিকাংশই নিৰ্ভৰ কৰা হয় স্মাৰ্টফোনটোৰ ওপৰত৷ সেয়ে অলপ সময় চাৰ্জ দিলেই যিটো ফোনৰ বেটাৰী বেকআপ বহুসময়লৈ পোৱা যায় সেই ফোনটোহে গ্ৰাহকে পছন্দ কৰে৷ সাধাৰণতে যিবোৰ ফোনৰ বেটাৰীৰ এম এ এইচ ৰেটিং বেছি, সেইবোৰ

বুকু ধৰফৰাইছে? সাৱধান হওক

বুকু ধৰফৰাইছে? সাৱধান হওক

কেতিয়াবা হঠাৎ বুকু ধৰফৰাই উঠিব পাৰে৷ এইদৰে দ্ৰত হৃদস্পন্দন কেতিয়াবা কাচিৎ অনুভৱ হ’লে কোনো চিন্তাৰ কাৰণ নাই৷ কিন্তু এইদৰে সঘনাই যদি বুকত ধৰফৰণি অনুভৱ হয় তেতিয়া কোনো ৰোগৰ লক্ষ্যণ হ’ব পাৰে৷ তেতিয়া জৰুৰীভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন৷ মানৱ শৰীৰৰ প্ৰতিটো হৃদস্পন্দন অত্যন্ত ছন্দবদ্ধ৷ বিশেষজ্ঞৰ মতে এজন পূৰ্ণ বয়স্কৰ মানুহৰ ক্ষেত্ৰত