Month: January 2023

মোগলৰ বিৰুদ্ধে একেলগে যুদ্ধ কৰিছিল বাঘ হাজৰিকাই : ৰমাকান্ত দেউৰী

মোগলৰ বিৰুদ্ধে একেলগে যুদ্ধ কৰিছিল বাঘ হাজৰিকাই : ৰমাকান্ত দেউৰী

‘মোগলৰ বিৰুদ্ধে একেলগে যুদ্ধ কৰিছিল বাঘ হাজৰিকাই’। ‘বুৰঞ্জীত এই কথা লিপিবদ্ধ আছে’। বাঘ হাজৰিকাৰ অস্তিত্বক লৈ মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতিত ৰমাকান্ত দেউৰী। মুখ্যমন্ত্ৰীৰ মন্তব্যক নস্যাৎ ৰমাকান্ত দেউৰীৰ।

ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

ডায়েবেটিচ ধৰা পৰিলে বহুতো নিয়ম অনুসৰণ কৰিব লাগে । বিশেষকৈ খোৱাত। যেতিয়া ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, সকলো খাদ্য ইচ্ছামতে খাব নোৱাৰি।কেৱল মিঠাইয়ে নহয়, বাহিৰৰ খাদ্য খুৱাও সম্পূৰ্ণৰূপে বন্ধ কৰা হয়। যদি খাদ্য গ্ৰহণ কৰা নিয়মসমূহ অনুসৰণ নকৰে, ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাটো কঠিন হৈ পৰে । অৱশ্যে, ৰোগ যিয়েই নহওঁক, চিকিৎসকে নিয়ম

দ্ৰুত ওজন কমাব এই তিনি পানীয় -এ

দ্ৰুত ওজন কমাব এই তিনি পানীয় -এ

বৰ্তমান প্ৰজন্ম নিজৰ ওজনক লৈ যথেষ্ট সচেতন । বৰ্ধিত ওজনে আমাৰ বাহ্যিক সৌন্দৰ্য নষ্ট কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি কৰে । সেইয়েহে ওজন কমাবলৈ বহুতে দৈনিক পৰিশ্ৰম কৰাৰ সমান্তৰালকৈ শৰীৰচৰ্চা আৰু কমকৈ খোৱাও পৰিলক্ষিত হয় । উল্লেখ্য যে , ইমানবোৰ কৰাৰ পাছতো কিন্তু ওজন নকমে । আচলতে এইবোৰ কৰাৰ কিছুমান নিৰ্দিষ্ট

মহিলাৰ অষ্টিঅ’ আর্থ্রাইটিছ বেছি কিয়?

মহিলাৰ অষ্টিঅ’ আর্থ্রাইটিছ বেছি কিয়?

অষ্টিঅ’আর্থ্রাইটিছ বা অস্থিসন্ধিৰ বাত ৰোগত পুৰুষ-মহিলা সকলোৱে আক্রান্ত হ’ব পাৰে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে পুৰুষৰ তুলনাত মহিলাসকল এই ক্ষেত্ৰত আক্ৰান্ত হোৱাৰ আশংকা বেছি। ইয়াৰ আঁৰত কাৰণো আছে। শৰীৰৰ যিকোনো অস্থিসন্ধিত এনে সমস্যাই গা কৰি উঠিব পাৰে। প্রত্যেক ব্যক্তিৰ আঁঠুৰ নিৰ্দিষ্ট ওজন সহিব পৰা ক্ষমতা থাকে। যেতিয়া শৰীৰৰ ওজন বেছি হয়, তেতিয়া