Month: January 2023

প্ৰসাদ গ্ৰহণ কৰোতে এই ভুল কেতিয়াও নকৰিব

প্ৰসাদ গ্ৰহণ কৰোতে এই ভুল কেতিয়াও নকৰিব

হিন্দু ধৰ্ম আৰু সংস্কৃতিত ভগৱানক ভোগ দি প্ৰসাদ বিতৰণ কৰাটো পূজাৰ এটা জৰুৰী অংগ বুলি মনা হয়। প্ৰায় মানুহেই প্ৰসাদ গ্ৰহণ কৰাৰ সময়ত কিছুমান জৰুৰী কথাত ধ্যান নিদিয়ে। এনেধৰণৰ মান্যতা আছে যে ওলোটা হাতেৰে প্ৰসাদ গ্ৰহণ কৰাটো শুভ নহয়। প্ৰসাদ লোৱাৰ সময়ত সদায় শুদ্ধ হাতখন ওপৰত ৰাখিব লাগে আৰু তাৰ

ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনত ৰিচাৰ্জ নাথাকিলেও ক’ল কৰিব পৰা যায় এই উপায়েৰে

ফোনটো সক্ৰিয় কৰি ৰাখিবলৈ আটাইতকৈ জৰুৰী, ফোনটোক এটা নিৰ্দিষ্ট পেকত ৰিচাৰ্জ কৰি ৰখাটো৷ সময়মতে ৰিচাৰ্জ নকৰিলে ফোনটোৰ ইনকামিং বা আউটগ’য়িং সকলো পৰিসেৱা বন্ধ হৈ পৰে৷ কিন্তু কেতবোৰ উপায় আছে, যিবোৰ উপায়ৰ সহায়ত ৰিচাৰ্জ বা ডাটা পেক নাথাকিলেও আপুনি ৱাই-ফাই কিম্বা হটস্পটৰ সহায়ত ক’ল কৰিব পাৰিব৷ ইয়াৰ বাবে তলত উল্লেখ কৰা

শীতকালত ঘাম: বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে

শীতকালত ঘাম: বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে

গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷ অতিৰিক্ত ঘাম ওলোৱাৰ

স্বামী আছিল শিৱ ভক্ত কিন্তু পত্নীয়ে নকৰিছিল শিৱ পূজা !

স্বামী আছিল শিৱ ভক্ত কিন্তু পত্নীয়ে নকৰিছিল শিৱ পূজা !

খন গাওঁত ৰঞ্জিত নামৰ এজন খৰিকতীয়া আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল। কিন্তু ৰঞ্জিতৰ পত্নী লিলিয়ে ভগৱানক বিশ্বাস নকৰিছিল।ইফালে ৰঞ্জিতে দিনে ৰাতিয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল যে, তাৰ পত্নীয়ে যাতে সৎ বুদ্ধি পায় আৰু যাৰ বাবে তায়ো পূজা অৰ্চনা কৰে। ৰঞ্জিতে পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ

গেছভৰ্তি এলপিজি চিলিণ্ডাৰটো ঘৰত কিমান দিন ৰাখিব পাৰি

গেছভৰ্তি এলপিজি চিলিণ্ডাৰটো ঘৰত কিমান দিন ৰাখিব পাৰি

দীঘলীয়া সময়ৰ বাবে ক’ৰবালৈ গ’লে ঘৰতে থাকি যায় গেছভৰ্তি এলপিজি চিলিণ্ডাৰটো৷ এনেক্ষেত্ৰত প্ৰশ্নৰ উদয় হয় যে আমি কিমান দিন ঘৰত গেছভৰ্তি এলপিজি চিলিণ্ডাৰটো ৰাখিব পাৰো? বেছিদিন ৰাখিলে কোনো বিপদ নহয়তো? আজি এই বিষয়ে উল্লেখ কৰা হ’ল৷ গেছভৰ্তি এলপিজি চিলিণ্ডাৰ এটা ঘৰত ৰাখি থোৱাত কোনো সমস্যা নাই৷ কিন্তু এইক্ষেত্ৰত কিছুমান সতৰ্কতা