Month: January 2023

দীঘল-ঘন চুলিৰ বাবে এইকেইটা টিপ্‌ছ ব্যৱহাৰ কৰক আৰু মেজিক চাওক

দীঘল-ঘন চুলিৰ বাবে এইকেইটা টিপ্‌ছ ব্যৱহাৰ কৰক আৰু মেজিক চাওক

দীঘল আৰু ঘন চুলিৰ অধিকাৰী হ’বলৈ কাৰণো মন নাযায়৷ বাৰিষা সময়ত চুলি নানানধৰণৰ সমস্যাই দেখা দিয়ে৷ বিশেষকৈ সঘনে বৰষুণৰ তিতাৰ পৰা চুলি বিশেষ সমস্যা হয়৷ সুন্দৰ, মজবুত একোচা চুলিৰ কাৰণে এই টিপ্‌ছকেইটাই শীঘ্ৰে সুফল দিব বুলি সদৰী কৰিছে বাবা ৰামদেৱে৷ ছিকাকাই পাউদাৰ ব্যৱহাৰ আপোনাৰ চুলি ভাল কৰি ৰখাৰ কাৰণে ছিকাকাই

এইবোৰ খাদ্যই শিশুৰ উচ্ছতা সোনকালে বঢ়ায়

এইবোৰ খাদ্যই শিশুৰ উচ্ছতা সোনকালে বঢ়ায়

শিশুটি ওখ হ’বনে নহয় বা হ’লেও কিমান ওখ হ’ব তাক লৈ প্ৰায়ভাগ  পিতৃ-মাতৃৰেই চিন্তা হয়৷ বিশেষকৈ মাতৃসকলৰ মনত এই চিন্তা থাকেই৷ শিশুটিক কেনেদৰে হৃষ্টপুষ্ট কৰিব পাৰি, কিমান সোনকালে ডাঙৰ কৰিব পাৰি তাক লৈয়েই দিনে-নিশাই মাতৃসকলৰ চিন্তা৷ জানি থোৱা ভাল যে এটি শিশু কিমান ওখ হ’ব, সেয়া নিৰ্ভৰ কৰে জিনৰ ওপৰত৷

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱা শুই উঠাৰ পাছৰে পৰা সকলোৱে কৰ্মব্যস্ত দিনটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ বহুতে শুই উঠিয়েই চাহ বা কফিৰ কাপত চুমুক দিয়ে৷ কোনো কোনোৱে আকৌ গুৰুখাদ্য অথবা তেলযুক্ত খাদ্য গ্ৰহণ কৰে৷ আন কোনোৱে শুই উঠিয়েই মোবাইল ফোনটো হাতত লৈহে বাথৰুমত সোমায়৷ বহুতে গা নোধোৱাকৈয়ে ঘৰৰ বাহিৰলৈ ওলায়, আন বহুতেই আকৌ গৰমপানী

একাদশ ৰুদ্ৰৰ নাম ল’লেই পোৱা যায় সুফল

একাদশ ৰুদ্ৰৰ নাম ল’লেই পোৱা যায় সুফল

বিশ্বৰ অধিপতি ভগৱান মহেশ্বৰক  বিভিন্ন ৰূপত আৰাধনা কৰা হয়। শিৱ ভগৱানৰ ৰুদ্ৰ ৰূপত আৰাধনাৰে সকলো বাধা দূৰ কৰি জীৱনলৈ সুখ আনিব পৰা যায়।   ভগৱান শিৱক ৰুদ্ৰ হিচাপে  এঘাৰটা ৰূপত পোৱা যায়।  ৰুদ্ৰ এজনেই কিন্তু জগতৰ কল্যানৰ বাবে এঘাৰটা ৰূপত অৱতাৰ হয়। আদি গ্ৰন্থ বেদত ভগৱান শিৱক ভিন ভিন নামেৰেই নামাকৰণ

স্নান কৰি শৰীৰত টাৱেল মেৰিয়াই লোৱাটো হ’ব পাৰে বিপদজনক!

স্নান কৰি শৰীৰত টাৱেল মেৰিয়াই লোৱাটো হ’ব পাৰে বিপদজনক!

শৰীৰটো পৰিষ্কাৰ কৰি ৰখাৰ বাবে দৈনিক স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ, ই মানুহক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি তোলে লগতে সতেজ অনুভৱ হয়। স্নান কৰাৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্রী হৈছে টাৱেল, যাক মানুহে বাথৰুমত স্নান কৰোতে লগত ৰাখে আৰু স্নান কৰি উঠি পিন্ধি ওলাই আহে। ইয়াক চুলি আৰু শৰীৰ মচিবলৈ ব্যৱহাৰ