মানুহে আন্ধাৰতো সুখ বিচাৰিব পাৰে যদিহে তেওঁ নিজেই বিচাৰে ৷ যদি আপোনাৰ সংগীয়েও পোহৰত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ নিবিচাৰে বা পোহৰত তেওঁ নিজৰ শৰীৰটো দেখুৱাবলৈ নিবিচাৰে, তেনে ক্ষেত্ৰতো বহু কাৰণ থাকিব পাৰে । শৰীৰক লৈ অসুৰক্ষিত অনুভৱ, যৌন সম্পৰ্কীয় ভিন্ন অলাগতীয়াল কথা, শোৱনি কোঠাৰ পৰিৱেশ আৰু যৌন উত্তেজনাকে আদি হৈছে
Month: January 2023
স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ, সঠিক সময়ত সঠিক খাদ্য খোৱা প্ৰয়োজন। ওজন হ্ৰাস শেহতীয়াকৈ নতুন প্ৰৱণতাৰ এটা অংশ হৈ পৰিছে। সেইদৰে আজিকালি বৈবাহিক জীৱন সুখকৰ কৰি তুলিবলৈও বহুতে এটা নিৰ্দিষ্ট ডায়েট প্লেন ফলো কৰি আহিছে। যদি আপুনি ডায়েট চাৰ্টখন ভালদৰে মেইনটেইন কৰিব পাৰে তেন্তে আপুনি বিবাহৰ পিছত শাৰীৰিক সুখ অনুভৱ কৰিব
শ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত কিছু বছৰত সমগ্ৰ বিশ্বজুৰি যুৱচামৰ মাজত কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগজনক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে ৷ চিকিৎসক আৰু বিশেষজ্ঞসকলে এই স্থিতিৰ বাবে যুৱচামে বাচি লোৱা অ-স্বাস্থ্য সন্মত জীৱনশৈলী, অতিৰিক্ত ওজন তথা মেদবহুলতাৰ ফলত দেখা দিয়া সমস্যাবোৰ আৰু তেওঁলোকৰ মাজত প্ৰচলিত ধুম্ৰপান নাইবা নিচাযুক্ত
যিকোনো বস্তু খোৱাৰ আগতে সেই বস্তুটো ধুই খোৱাটো এটা ভাল অভ্যাস। ফল-মূল হওক বা যিকোনো শাক-পাচলিয়ে হওক, আমি এই সকলোবোৰ বস্তু খোৱাৰ আগতে ধুই লওঁ, যাতে ইয়াৰ ওপৰত থকা বীজাণুবোৰ আমাৰ পেটত প্ৰৱেশ নকৰে। আমাৰ পাকঘৰত চাগে এনেকুৱা একো নাই যিটো মায়ে আমাক ৰন্ধা-বঢ়াৰ আগতে ভালদৰে ধুই লোৱা নাই। ফল-মূলৰ
বিতৰ্কৰ বাবেই অধিকাংশ সময় শিৰোনামত থাকে কংগনা ৰণৌট। এইবাৰ অৱশ্যে আন কাৰণতহে প্ৰতিভাৱান অভিনেত্ৰীগৰাকী চৰ্চালৈ আহিছে। অভিনেত্রী, পৰিচালক তথা প্রযোজক হিচাপে কংগনাই সম্প্ৰতি ‘ইমার্জেন্সি’ ছবিৰ চিত্ৰগ্ৰহণ সম্পূর্ণ কৰিছে। চিত্ৰগ্ৰহণৰ ফটো প’ষ্ট কৰিয়ে কংগনাই জনাইছে এক চাঞ্চল্যকৰ তথ্য। ‘ইমার্জেন্সি’ ছবিত কংগনাই দেশৰ প্ৰাক্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। মূৰত কেঁচা-পকা চুলি,