Month: January 2023

ওঁঠ ক’লা পৰাটো এইবোৰ সমস্যাৰ লক্ষণ হ’ব পাৰে

ওঁঠ ক’লা পৰাটো এইবোৰ সমস্যাৰ লক্ষণ হ’ব পাৰে

বিভিন্ন কাৰণত বহুতৰে ওঁঠৰ ৰঙৰ পৰিৱৰ্তন ঘটে৷ ইয়াৰ ভিতৰত ধুমপান হৈছে এটা অন্যতম কাৰণ৷ তদুপৰি ওঁঠৰ সঠিকভাৱে যতন নল’লেও ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে৷ কিন্তু ওঁঠৰ ৰং সলনি হোৱাটোক বহুতে গুৰুত্ব নিদিয়ে৷ পিছে, জানি থোৱা ভাল যে ওঁঠ কলা পৰাটো বিভিন্ন শাৰীৰিক সমস্যাৰ লক্ষণো হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কি কি

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱা শুই উঠাৰ পাছৰে পৰা সকলোৱে কৰ্মব্যস্ত দিনটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ বহুতে শুই উঠিয়েই চাহ বা কফিৰ কাপত চুমুক দিয়ে৷ কোনো কোনোৱে আকৌ গুৰুখাদ্য অথবা তেলযুক্ত খাদ্য গ্ৰহণ কৰে৷ আন কোনোৱে শুই উঠিয়েই মোবাইল ফোনটো হাতত লৈহে বাথৰুমত সোমায়৷ বহুতে গা নোধোৱাকৈয়ে ঘৰৰ বাহিৰলৈ ওলায়, আন বহুতেই আকৌ গৰমপানী

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত বিদ্যুৎ প্ৰৱাহ হৈ থকা খোলা তাঁৰ বা বৈদ্যুতিক লাইনৰ সংস্পৰ্শলৈ আহিলে সহজেই বিদ্যুৎস্পৃষ্ট হয়৷ প্ৰচলিত ভাষাত ইয়াক কাৰেণ্টত শ্বক লগা বুলি কোৱা হয়৷ বৈদু্যতিক শ্বক লাগিলে বা বিদ্যুৎস্পৃষ্ট হ’লে ইয়াৰ পৰিণতি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়ে মুক্ত হৈ থকা বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ যাতে

মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ খাদ্য খাব পাৰে

মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ খাদ্য খাব পাৰে

কৰ্মব্যস্ততাই হওক বা আন কোনো কাৰণতেই হওক, সকলোৰে মানসিক চাপ থাকে৷ কিন্তু মানসিক চাপ অত্যধিক হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷ অৱশ্যে, কিছুমান খাদ্য খায়ো অত্যধিক মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পৰা যায়– [১] মিঠা আলুঃ মানসিক চাপৰ এটা প্ৰধান কাৰণ হৈছে কোৰ্টিছোল হৰমনৰ ক্ষৰণ৷ মিঠা আলু বা ৰঙা আলুই

শ্বাসনলী পৰিষ্কাৰ কৰি ৰাখক এইদৰে

শ্বাসনলী পৰিষ্কাৰ কৰি ৰাখক এইদৰে

দিনে দিনে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যত মাৰাত্মক প্ৰভাৱ পেলায়৷ প্ৰদূষণৰ ফলত হাপানীৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে শ্বাসকষ্টজনিত ৰোগৰ আশংকা বাঢ়ে৷ সেইবাবেই শ্বাসনলী তথা হাওঁফাওঁ ভালে ৰখাটো অত্যন্ত প্ৰয়োজনীয়৷ কিছুমান দ্ৰব্যৰে প্ৰদূষণৰ পৰা হোৱা ক্ষতিৰ পৰা নিজকে আঁতৰাই ৰাখিব পৰা যায়৷ শ্বাসনলী পৰিষ্কাৰ কৰি ৰখাৰ বাবে চিকিৎসকে