মাত্র এদিন পূর্বে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ফৰাচী সন্ন্যাসিনী ছিষ্টাৰ আন্দ্রেৰ দেহাৱসান ঘটিছে৷ ১১৮ বছৰ বয়সত আন্দ্রেৰ দেহাৱসানৰ পিছত এতিয়া ১১৫ বছৰীয়া স্পেইনৰ মহিলা মাৰিয়া ব্রানিয়াছ মোৰেৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে চিহ্ণিত হৈছে৷ আশ্চর্যৰ বিষয়টো হৈছে জীৱন কালত এদিনৰ বাবেও হাস্পতাল বা স্বাস্থ্যকেন্দ্রলৈ যাবলগীয়া হোৱা নাই ১১৫ বছৰীয়া মাৰিয়াই৷
Month: January 2023
জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি.. মহা মহাপাপীয়ো নিস্তৰে যাক স্মৰি.. যাৰ লীলা বিভৱৰ নাহি পাৰাপাৰ… হেন কৃষ্ণপদে কৰো কোটি কোটি নমস্কাৰ.. গুৰুৰ চৰণে মন শিৰোগত কৰি.. বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি.. ব্যাস আৰু বাল্মিকী প্ৰভৃতি কবিগণ.. আদ্যগুৰু বন্দো পিতৃ-মাতৃৰ চৰণ… সৰস্বতী মাৱক কৰিয়া নমস্কাৰ….. লক্ষ্মী দেৱীৰ চৰিত্ৰ পদ কৰিবো
শেহতীয়াকৈ বিশ্বৰ কোনবোৰ ঠাইৰ ওপৰত বিমান ব উৰিব নোৱাৰে সেই বিষয়ে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল। আনহাতে এই সন্দৰ্ভত আলোচনা এই বাবেই কৰা হৈছিল যেতিয়া হিমালয়ান দেশ নেপালত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত বিমানখন সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে মৃত্যু হৈছিল সকলো যাত্ৰীৰ ৷ নো-ফ্লাই জ’ন স্থায়ী আৰু অস্থায়ী
শীত কালত আমি সকলোৱে ৰ’দ লৈ ভাল পাওঁ । কিন্তু দৈনিক এনেকৈ ৰ’দ লোৱাৰ ফলত আমাৰ ছালৰ সাংঘাটিক ক্ষতি হয় । প্ৰখৰ ৰ’দে আমাৰ মুখত কিছুমান কলা দাগৰ সৃষ্টি কৰে । যাক আমি চান বাৰ্ণ বুলি কওঁ । কিন্তু আমাৰ বহুতে হয়তো নাজানে যে ৰ’দৰ বহি থকাৰ ফলত হোৱা কলা
ৰন্ধাৰ এক অপৰিহাৰ্য অংগ হৈছে আদা । আদাই যিকোনো খাদ্যৰ স্বাদ বা গোন্ধ অতুলনীয় কৰি তোলাৰ লগতে ইয়াৰ আছে স্বাস্থ্যসন্মত গুণ । চৰ্দি-কাহৰ পৰা আৰম্ভ কৰি আদাই বহু ৰোগ নিৰাময় কৰাতো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে । ডিঙিৰ যিকোনো ৰোগৰ লগতে কাহৰ সমস্যা আহিলে এটুকুৰা আদা মুখত লৈ থাকিলে কোনোধৰণৰ কফ