Month: January 2023

কুকুৰে কামুৰিলে প্ৰথমে কি সাৱধানতা ল’ব

কুকুৰে কামুৰিলে প্ৰথমে কি সাৱধানতা ল’ব

যিকোনো সময়তে কুকুৰে কামুৰিব পাৰে৷ পথেৰে অহা যোৱা কৰোতে অসাৱধনবশতঃ কুকুৰে কামুৰিলে আপুনি কি কৰিব? হঠাৎ কুকুৰে কামুৰিলে বহু লোকে অবাক হৈ পৰে৷ তাৰোপৰি চিকিৎসক বা চিকিৎসালয় যদি দূৰৈত থাকে তেতিয়াহ’লেতো আতংক আৰু বেছি হয়৷ এনে পৰিস্থিতিতে কুকুৰে কামুৰিলে প্ৰথমে কি কৰিব লাগে সেয়া জনাটো অত্যন্ত জৰুৰী৷ উল্লেখ্য, কুকুৰে কামুৰিলে

দাঁত হালধীয়া হৈ পৰিছে, এইদৰে পৰিষ্কাৰ কৰক

দাঁত হালধীয়া হৈ পৰিছে, এইদৰে পৰিষ্কাৰ কৰক

দাঁত হালধীয়া হোৱাৰ সমস্যাত ভোগে অনেকেই৷ বহুক্ষেত্ৰত দেখা যায় লিভাৰৰ সমস্যা থাকিলে বা কোনো অসুখৰ কাৰণে দীৰ্ঘদিন ধৰি ঔষধ খাই থাকিলে দাঁতত দাগ পৰে বা হালধীয়া হয়৷ অনেকে আকৌ সময়ত ভালদৰে টুথব্ৰাছ আদিৰে পৰিষ্কাৰ নকৰাৰ ফলতো দাঁত হালধীয়া হয়৷ মলিয়ন বা হালধীয়া দাঁত মজবুত আৰু পৰিষ্কাৰ কৰাৰ অনেক উপায় আছে৷

অতিৰিক্ত চৰ্বি সহজে আঁতৰাবলৈ এই পাঁচটা নিয়ম মানি চলক

অতিৰিক্ত চৰ্বি সহজে আঁতৰাবলৈ এই পাঁচটা নিয়ম মানি চলক

সাম্প্ৰতিক জীৱনশৈলীত বহুতেই অতিৰিক্ত ওজনৰ সমস্যাত ভোগা দেখা যায়৷ অনিয়মীয়া খাদ্যাভাসৰ বাবে বহুতে কম দিনতে শকত হৈ পৰে৷ ফলত দেহৰ অত্যধিক ওজন বাঢ়ে৷ কিন্তু এই সমস্যাৰ পৰা হাত সৰাৰো উপায় নথকা নহয়৷ উল্লেখ কৰা হ’ল সহজতে অতিৰিক্ত চৰ্বি আঁতৰাব পৰা পাঁচটা উপায়– [১] চৰ্বিযুক্ত খাদ্য নাখাব৷ তাৰ সলনি বেছিকৈ ফল-মূল

বিদ্যুৎ বচাবলৈ ফ্ৰীজ এইদৰে ব্যৱহাৰ কৰক

বিদ্যুৎ বচাবলৈ ফ্ৰীজ এইদৰে ব্যৱহাৰ কৰক

ব্যস্ত জীৱনশৈলীত ফ্ৰীজটো এতিয়া সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে৷ বিশেষকৈ গ্ৰীষ্মকালত ফলমূল, শাক-পাচলি  ৰন্ধা খাদ্য সতেজ আৰু ভালে ৰাখিবলৈ ফ্ৰীজৰ বিকল্প আন একো হ’ব নোৱাৰে৷ কিন্তু এচিৰ দৰে ফ্ৰীজ ব্যৱহাৰতো বিদ্যুৎ বিল অত্যধিক হয়৷  বিশেষকৈ ২৪ ঘণ্টাই ফ্ৰীজ চলাই ৰাখিলে বিদ্যুৎ বিল বেছিকৈ ভৰিব লগা হয়৷ কিন্তু কেইটামান উপায়

আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিয়াৰ মেহেন্দী-সংগীত অনুষ্ঠানৰ ফটো

আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিয়াৰ মেহেন্দী-সংগীত অনুষ্ঠানৰ ফটো

২৩ জানুৱাৰীত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুল বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিয়াখন কেৱল পৰিয়াল আৰু অতি ঘনিষ্ঠ বন্ধুৰ সৈতে ব্যক্তিগত বিবাহ আছিল যদিও স্বামী-স্ত্ৰী হিচাপে প্ৰথম আভাস দিয়াৰ পিছৰে পৰা এই দম্পতীহালৰ হৃদয় গলিবলৈ ধৰিছে।