আমি সকলোৱে জানো যে কিচমিচ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী । কাৰণ কিচমিচত প্ৰচুৰ পৰিমাণে কেলচিয়াম, পটাচিয়াম, মেগনেচিয়াম আৰু ফাইবাৰ থাকে । যি শৰীৰক অসাধাৰণ পুষ্টি যোগান ধৰি ৰোগৰ পৰা ৰক্ষা কৰে । ড্ৰাই ফ্ৰুটছ বহুত ধৰণৰ আছে যদিও কিচমিচ শৰীৰৰ বাবে বেছি উপকাৰী । বিশেষজ্ঞৰ মতে, পানীত তিয়াই ৰখা কিচমিচে
Month: January 2023
দিনক দিনে বিদেশত বসবাস কৰা ভাৰতীয় সংখ্যা ক্ৰমাৎ পাইছে বৃদ্ধি ৷ ভাৰতীয় নাগৰিকত্ব এৰি বেছিভাগ লোকে প্ৰথম পচন্দ হিচাপে আমেৰিকালৈ যাব বিচাৰে। প্ৰতিবৰ্ষত প্ৰায় ৫৫ হাজাৰ লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি গ্ৰহণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব । একেদৰে দৈনিক ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা পাঁচ শতাধিক৷ উল্লেখ্য যে ,এজন
বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) ৰ মুৰব্বী টেড্ৰোছ এডনম গেব্ৰেয়েচাছে তিনি সপ্তাহ আগতে আশংকাৰ বিষয়ে জনাছিল । এইবাৰ, তেওঁৰ সংস্থাৰ প্ৰতিবেদনতো একেই অভিযোগ উত্থাপন কৰা হৈছে – কৰ’না ভাইৰাছ সংক্ৰমণৰ বিষয়ে প্ৰকৃত তথ্য প্ৰকাশ কৰা নাই চীনে ! ইয়াৰ উপৰিও, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত ক’ভিড-১৯ ৰ বিষয়ে সঠিক তথ্য প্ৰকাশ কৰাৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত অব্যাহত আছে দালাল ৰাজ। শনিবাৰে জি এম চি এইছত আৰক্ষীয়ে অভিযান চলাই দালাল চক্ৰৰে জড়িত লেবৰেটৰি টেকনিছিয়ানক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা প্ৰমাণ হৈছে। জি এম চি এইছত দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে প্ৰসন্ন বৈশ্য নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা প্ৰসন্ন বৈশ্য জি এম
★আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়। ★আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়। ★আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেকটেৰিয়াজনিত ৰোগত উপকাৰী। ★আনাৰসৰ ৰস দুশ গ্রাম খালে স্থূলত্ব কমায়, কাৰণ আনাৰসৰ ৰসে ফেট কমায়। ★ আনাৰস গ্রহণৰ কাৰণে প্রস্রাবত বাধা