Month: January 2023

নগাঁৱৰ বুক নুক কেফেট ৰাতুল কুমাৰ শ‌ইকীয়াৰ অনুবাদিত ‘ফৰাচী কবিতা’ কাব্যগ্ৰন্থ উন্মোচন

নগাঁৱৰ বুক নুক কেফেট ৰাতুল কুমাৰ শ‌ইকীয়াৰ অনুবাদিত ‘ফৰাচী কবিতা’ কাব্যগ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১৪জানুৱাৰী :–বৌদ্ধিক তথা গ্ৰন্থানুৰাগী লোকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা নগাঁও চহৰৰ “বুক নুক কেফে”ত আজি লেখক ৰাতুল কুমাৰ শইকীয়াৰ অসমীয়া ‘ফৰাচী কবিতা’ শীৰ্ষক এখন ফৰাচী কবিতাৰ অনুবাদ গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰি “বুক নুক কেফে”ৰ স্বত্বাধিকাৰী প্ৰশান্ত বৰাই কয় যে সাহিত্যৰ কাৰণে এইটো এটা শুভ সংকেত

অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান।

অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান।

বিভিন্ন পৰিস্থিতিক মানি লৈ চুপ হৈ থকাক এক মহৎ গুণ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰ সমূহতো মৌনব্ৰতৰ যথেষ্ট গুৰুত্ব আছে ; লগতে জীৱনৰ কিছুমান সময়ত এই মৌনতা পালনৰ বাবে শাস্ত্ৰ সমূহত উপদেশ দিয়া আছে , কিয়নো একমাত্ৰ মৌনতাৰ ফলতে বহুত ডাঙৰ সমস্যা সহজতে সমাধান হয়। কিন্তু প্ৰশ্ন ইয়াতেই উৎপন্ন হয়

খাদ্য গ্রহনৰ সময়ত এই কাম কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে !

খাদ্য গ্রহনৰ সময়ত এই কাম কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে !

অন্ন অথবা খোৱা খাদ্যক মা লক্ষ্মীৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হয় । খাদ্যই অকল মানুহৰ ক্ষুধা নিবৃত্তি নকৰে ; ই মানুহৰ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় অনেক কিছু উদ্ভাৱনৰ অনুঘটক হিচাপেও কাম কৰে। মানুহ বাছি থকাৰ অন্যতম মাধ্যম অথবা বিষয় হৈছে এই খাদ্যগ্ৰহণ। অথচ খাদ্য গ্ৰহণৰ বাবে বহি বা খাদ্যগ্ৰহণ কৰাৰ

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক

গীতাৰ ষষ্ঠ অধ্যায়ত কৃষ্ণই অৰ্জুনক কৈছে——— “যোগীযুঞ্জীত সততমাত্মানং ৰহমি স্থিতঃ ৷ একাকী যত চিত্তাত্মা নিৰাশীৰসপৰগ্ৰহ ঃ ৷ অৰ্থাৎ”যোগীয়ে অকলে সৰ্বদায় নিৰ্জন ঠাইত থাকি দেহ আৰু অন্তকৰণ সংযম কৰি আকাংশা শূন্য হৈ আৰু পৰিগ্ৰহ শূন্য হৈ চিত্তক সৰ্বদায়ে সমাধি অভ্যাস কৰাব ৷ এনেদৰে ধ্যানযোগৰ বৰ্ণনা কৰি কৰি ভগৱান কৃষ্ণই অৰ্জুনৰ প্ৰশ্নৰ

জানেনে হামি মৰাৰ এই সমূহ উপকাৰিতা !

জানেনে হামি মৰাৰ এই সমূহ উপকাৰিতা !

টোপনি ধৰিলে মানুহে হামি মাৰে। বহুতে আকৌ ধেমালিতে হামিক ‘সোঁচৰা’ বুলিও কয়। কিয়নো কে’বাজনো লোক থকা অৱস্থাত হামি মাৰিলে প্ৰায়ে ওচৰৰ লোকেও হামি মৰা দেখা যায়। বহুতে এই হামি মৰাৰ অন্তৰালত শাৰীৰিক ক্লান্তি বা শৰীৰত অক্সিজেনৰ অভাৱকে দায়ী কৰে। অফিচৰ জৰুৰী বৈঠক, কোনো সামাজিক অনুষ্ঠানত উপস্থিত থকাৰ পৰত ঘনাই হামিয়াই