ৰকিবুল হুছেইনক ভিক্ষাৰী আখ্যা দুলু আহমেদৰ

1 min read

কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক ভিক্ষাৰী আখ্যা দুলু আহমেদৰ । ভিক্ষা খুজি খোৱাটো ৰকিবুল হুছেইনৰ জন্মগত স্বভাৱ বুলি কটাক্ষ কৰি অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে যুৱ কংগ্ৰেছৰ নিৰ্বাচনত সৰু সৰু দলীয় কৰ্মীৰ পৰা খুজি-মাগি খাই ফুৰে ৰকিবুল হুছেইনে৷

ইয়াৰোপৰি ৰকিবুল হুছেইনক ধুৰন্ধৰ মানুহ বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৷ উত্তৰ প্ৰদেশত ভাৰত জোড়ো যাত্ৰাত ৰাহুল গান্ধীক লগ কৰিবলৈ যাওতে ৰকিবুল হুছেইন আৰু ৰেকিবুদ্দিন আহমেদক ৰাহুল গান্ধীয়ে কটাক্ষ কৰা বুলিও উল্লেখ কৰে দুলু আহমেদে ।

You May Also Like

More From Author