চাই বাবাৰ জীৱন দৰ্শন আৰু উপদেশ- *চাই বাবায়ে-কোনো পূজা-বিধি বা জীৱন দৰ্শন দিয়া নাই।*এজনে ঈশ্বৰ আৰু শ্ৰদ্ধাতে বিশেষ গুৰুত্ব আছে।*কিন্তু চাই বাবাৰ-১১বচন-তেওঁৰ ভক্তসকলৰ বাবে-তেওঁৰ দৰ্শন হয়।*এই ১১বচনত জীৱনৰ সকলো সমস্যাৰ সমাধান আছে।*এই ১১বচন আচলতে-চাই বাবাৰ-১১টা বৰদান হয়*এই বচন আধ্যত্মকিতাৰ-সকলোতকৈ ডাঙৰ শিক্ষা হয়।*চাই বাবাৰ-১১বচন আৰু অৰ্থ-
*প্ৰথম বচন-
যি চিৰডি লৈ আহিব-আপদক দূৰত খেদিব”। চাই বাবাৰ লীলা স্থলী-চিৰডী।সেইবাবে-চাই বাবায় কয় যে-চিৰডিলৈ অহা মাত্ৰকে-সমস্যা আঁতৰিব।যি লোক চিৰডিলৈ যাব নোঁৱাৰে-তেওঁলোকৰ বাবে-চাই মন্দিৰ দৰ্শন কৰিলেই পৰ্যাপ্ত হব।
*দ্বিতীয় বচন-
“যি সমাধিৰ জখলাত উঠে-আঁতৰ দুখৰ পীড়া”।
চাই বাবাৰ সমাধিত-ভৰি ৰাখিলেই-ভক্তসকলৰ দুঃখ দূৰ হয়।চাই মন্দিৰত প্ৰতিকাত্মক সমাধিৰ দৰ্শনৰ দ্বাৰা-দুঃখ দূৰ হয়।কিন্তু মনত শ্ৰদ্ধাৰ ভাৱ থাকিব লাগে।
তৃতীয় বচন-
“ত্যাগ কৰি শৰীৰ এৰি দিম-কিন্তু ভক্তৰ বাবে-দৌড়ি আহিম”। চাই বাবায় কয় যে-মই শৰীৰত নাই যদিও-কিন্তু যেতিয়াই মোৰ ভক্তই মোক মাত দিব,মই দৌড়ি আহিম,আৰু সকলো ফালৰ পৰা মোৰ ভক্তক সহায় কৰিম।
*চতুৰ্থ বচন-
“মনত ৰাখিব লাগে-দৃঢ় বিশ্বাস-কৰে সমাধিয়ে সকলো আশ”।
হব পাৰে-মই নথকাত-ভক্তসকলৰ বিশ্বাস দুৰ্বল হব পাৰে।ভক্তসকল-অকলশৰীয়া তথা অহসায় অনুভৱ কৰিবলৈ ধৰে।কিন্তু ভক্তসকলে-বিশ্বাস ৰাখিব লাগে যে-সমাধিত কৰা সকলো প্ৰাৰ্থনা পূৰ্ণ হয়।
*পঞ্চম বচন-
“মোক সদায় জীৱিত বুলি ভাৱক।অনুভৱ কৰক।সত্যক চিনাক্ত কৰক”। চাই বাবায় কয় যে-মই কেৱল শৰীৰ নহয়।মই অজৰ-অমৰ, অবিনাশী পৰত্মাা হয়।সেইবাবে-সদায়ে জীৱিত থাকিম।এই কথা-ভক্তি আৰু প্ৰেমেৰে-কোনো ভক্তই অনুভৱ কৰিব পাৰে।
*ষষ্ঠ বচন-
“মোৰ চৰণ খালী যায়ে।থাকিলে-কোনোবাই কব পাৰে”। যি ভক্তই-শ্ৰদ্ধা-ভক্তিৰে মোৰ চৰণলৈ আহে-তেওঁৰ সকলো মনৰকামনা পূৰ্ণ হয়।
*সপ্তম বচন-
“যেনে-ভাৱ থাকে-যি জনৰ,তেনে ৰূপ হল-মোৰ মনৰ”। যি ব্যক্তিয়ে-যি ভাৱেৰে মোলৈ চাই-মইও সেইজনক তেনেদৰে চাওঁ।এয়া নহয় যে-যি ভাৱেৰে কামনা কৰে-সেই ভাৱেৰে মই-তেওঁৰ কামনা পূৰ্ণ কৰোঁ।
*অষ্টম বচন-
“ভাৰ তোমাৰ মোৰ ওপৰত হব,বচন নহয় মোৰ মিছা”-
যি ব্যক্তি পূৰ্ণ ৰূপে-সমৰ্পিত হব-তেওঁৰ জীৱনৰ সকলো ভাৰ মই লম।আৰু তেওঁৰ সকলো দায়িত্বক নিৰ্বাহন কৰিম।
*নৱম বচন-
“আহা সহায়তা লোৱা ভৰপূৰ।যি বিচাৰিছা-সেয়া নহয় দূৰ”।যি ভক্তই শ্ৰদ্ধা ভাৱেৰে-সহায়তা বিচাৰিব-তেওঁৰ সহায়তা মই নিশ্চয় কৰিম।
*দশম বচন-
“মোৰপৰা লীন বচন মন কায়া-সেইজনৰ ঋণ-কেতিয়াও দিয়া নহয়”।যি ভক্তই,মন,বচন,আৰু কৰ্মৰ দ্বাৰা-মোৰ ওপৰতে লীন থাকে,মই সেইজনৰ ওচৰত সদায়ে- ঋণী হয় থাকে।সেই ভক্তৰ জীৱনৰ সকলো দায়িত্ব মোৰ হয়।
*এঘাৰহ বচন-
“ধন্য ধন্য-সেই ব্যক্তি অনন্য-মোৰ চৰণত তজ যিয়ে ন অন্য”- চাই বাবায় কয় যে-মোৰ সেইজন ব্যক্তি ধন্য হয়,যিয়ে অন্য ভাৱৰ দ্বাৰা মোৰ ভক্তিত লীন হয়।এনে ভক্তই-বাস্তৱত ভক্ত হয়। *কিদৰে কৰিব লাগে-চাই বাবাৰ-এই ১১বচনৰ-জীলনত প্ৰয়োগ! *কোনো এটা বৃহস্পতিবাৰে-চাই বাবাৰ বচন সমূহ-হালধীয়া কাগজত-ৰঙা কলমৰে লিখি লব লাগে।*এই বচনসমূহক-নিজৰ পূজা স্থান,শয়ন কক্ষ,আৰু কাম কৰা স্থানত লগাব লাগে।*পূজাৰ আগতে-শোৱাৰ আগতে,কাম কৰাৰ আগে,আৰু শুই উঠি-এই বচনসমূহ পঢ়িব লাগে।*এই বচনসমূহ পঢ়াৰ পাছত-চাই বাবাক স্মৰণ কৰিব লাগে।তেতিয়া-চাই বাবাৰ অসীম কৃপা আপুনি প্ৰাপ্ত কৰিব।