- পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা।
- অৰূপ ডেকা, ধনটি ডেকাকো ৪ দিনৰ আৰক্ষীৰ জিম্মাত দিলে আদালতে।
- আজি আদালতত হাজিৰ কৰোৱা হৈছিল ডাবল মাৰ্ডাৰৰ ৩ অভিযুক্তক। এতিয়াও আৰক্ষীৰ পৰা বহু কথা গোপনে ৰাখিছে বন্দনা কলিতাই।
- অৰূপ ডেকা, ধনটি ডেকায়ো বহু কথা কোৱা নাই আৰক্ষীক।
পুনৰ ৪ দিনৰ আৰক্ষীৰ জিম্মাত বন্দনা কলিতা।
Posted on by GTM Desk
0 min read