- সৰুপথাৰ টেঙাহোলাৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।
- কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া। মাজত মাথোঁ আৰু এটা দিন বিয়ালৈ।
- ২৭ ফেব্ৰুৱাৰীত যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্যই।
- দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পীজনে।
- ডিচেম্বৰত হৈছিল আচুৰ্য আৰু মিনাক্ষীৰ এংগেজমেণ্ট। আৰু অৱশেষত পালেহি বিয়াৰ দিন।
- ২৭ ফেব্ৰুৱাৰীত বিয়াৰ পিছত ২ মাৰ্চত আচুৰ্যৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।
- গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসভৱনত হ’ব অভ্যৰ্থনা অনুষ্ঠানত।
২৭ ফেব্ৰুৱাৰীত কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া; সৰুপথাৰ টেঙাহোলাৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।
![](https://guwahatitimes.com/wp-content/uploads/2023/02/guwahati-times-7.png)