- ‘4th Gradeৰ চাকৰি পাইছোঁ? আমাৰ মানুহক নিদিয়ে’
- ‘আমি শিক্ষাৰ মাধ্যমৰে বিপ্লৱ আনিব লাগিব’
- ‘এদিন আমাৰ মানুহে দেশ চলাব’
- ডবকাত বদৰুদ্দিন আজমলৰ মন্তব্য
‘মুছলমান ল’ৰা-ছোৱালীসকলক আগবাঢ়ি আহিব নিদিয়ে চৰকাৰে, চতুৰ্থ বৰ্গৰ চাকৰিও নিদিয়ে মুছলমানক’!
Posted on by GTM Desk
1 min read