🖌️ মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক।
🖌️হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই শেষ হৈ গৈছে হিন্দু -মুছলমানৰ ভাতৃত্ববোধ।
🖌️ড০হিমন্ত বিশ্ব শৰ্মা Over Confidence হৈ আছে কোনো Politicanৰ বাবে Over Confidence ভাল নহয়।
🖌️ এতিয়াও অসমৰ ৯৯ শতাংশ মানুহ চেকুলাৰ মনোবৃত্তিৰ।
🖌️ হিন্দুৰাষ্ট্ৰ প্ৰসংগতো প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হাতত কোনো এজেণ্ডা নাই এইবাৰ বিজেপিয়ে এজেণ্ডা হিচাপে বাচি ল’ব হিন্দুৰাষ্ট্ৰৰ প্ৰসঙ্গ।
🖌️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা সাংসদ আজমলৰ। আৰু লগতে এই কথা উল্লেখ কৰে মুছলমানসকল বিপথে পৰিচালিত কৰিছে অখিল গগৈয়ে, অখিল গগৈ এজন ফাল্টু মানুহ।
🖌️ সাংসদ বদৰুদ্দিন আজমল বিলাসীপাৰা, সাপটগ্ৰামত উপস্থিত হৈ এনেধৰণৰ মন্তব্য কৰে।
সাপটগ্ৰামৰ পৰা লাতিফুল ইছলামৰ ৰিপোৰ্ট।