পঢ়াৰ পৰা মন আতঁৰি গৈছে যদি বুধ গ্ৰহৰ এই বিশেষ উপায়‌ কৰক

1 min read

জ্যোতিষ শাস্ত্ৰ অনুসাৰে ৯ গ্ৰহৰ মাজত বুধ গ্ৰহক ৰাজকুমাৰ বুলি কোৱা হয়।চন্দ্ৰমাৰ পুত্ৰ বুধ-নিজৰ নামৰ অনুসাৰে কোনো জাতিকাৰ বুদ্ধিক প্ৰভাৱিত কৰে। ( Religious Studies )

বাণী,সংগীত,গায়ন,আদি বুধৰ কৃপাৰ দ্বাৰা লোকসকলে পায়।বুধ-কন্যা আৰু মিঠুন ৰাশিৰ স্বামী হয়।কাৰোবাৰ কুণ্ডলীত বুধ গ্ৰহৰ লগত জড়িত দোষৰ বাবে-বহু ধৰণৰ অৱগুণ আহে।এনে লোক সদায় চিন্তিত থাকে।সেইজনে সদায়ে স্বভাৱত সন্দেহ আৰু খংত থাকে।এনে জাতকৰ পঢ়াৰ পৰাও মন আঁতৰি যায়।জাতকৰ দাগ,দমা আদি ৰোগ হয়।

*বুধবাৰে কি উপায় কৰিলে-বুধদেৱৰ কৃপাৰ প্ৰাপ্ত হয়-

*ৰাখিব লাগে বুধবাৰৰ ব্ৰত-

*বুধ দেৱৰ কৃপা পাবৰ বাবে-বুধবাৰে ব্ৰত ৰাখিব লাগে।এই ব্ৰত শুক্লপক্ষৰৰ বুধবাৰৰ পৰা অথবা বিশাখা নক্ষৰ বুধবাৰৰ পৰা আৰম্ভ কৰিব পাৰে।বুধবাৰৰ ব্ৰত এবাৰ আৰম্ভ কৰিলে-৭টা বুধবাৰলৈ সম্পূৰ্ণ বিধি-বিধানেৰে ৰাখিব লাগে।  ( Religious Studies )

*এই বিধিৰে কৰিব লাগে-বুধৰ পূজন-

*বুধবাৰৰ দিনা স্নান আদি কৰি-বুধবাৰৰ দেৱতা গণপতিৰ ধ্যান কৰিব লাগে।আৰু তাৰপাছত বুধদেৱৰ ব্ৰতৰ সংকল্প লব লাগে।এইদিনা সেউজীয়া ৰংৰ বস্ত্ৰ পৰিধান কৰিব লাগে।বুধদেৱৰ বিধি-বিধানেৰে পূজা কৰি-প্ৰসাদত মগুৰ হালোৱা দিব লাগে।বুধবাৰৰ ব্ৰতত কেৱল মাত্ৰ এবাৰ ভোজন কৰিব লাগে।আৰু নিমখ আৰু ঘিউৰ প্ৰয়োগ কৰিব নালাগে।



*বুধবাৰে কৰিব লাগে দান-

*বুধ গ্ৰহৰ শুভ ফল পাবৰ বাবে-বুধবাৰৰ দিনা-সেউজীয়া ৰংৰ কাপোৰ,ঘীউ আদি দান কৰিব লাগে।

*জপ কৰিব লাগে-বুধৰ মন্ত্ৰ-

*বুধবাৰৰ দিনা বুধ গ্ৰহৰ-

ঔম ব্ৰাং ব্ৰীং ব্ৰীং সঃ সঃ বুধায়ে নমাহঃ মন্ত্ৰটি-৯০০০ জপ কৰিব লাগে।

*বুধৰ প্ৰাৰ্থনা মন্ত্ৰ-

“ওত্তাপ ৰূপী জগতা চন্দ্ৰৰূপী মহাদ্ধুতি।সূয্য প্ৰিয় কৰা বিদ্বান-কষ্ট দহেতু হে বুধ”।

You May Also Like

More From Author