স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ! কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত MBBS পাঠ্যক্ৰমৰ বাবে ১০০খন আসন!

0 min read

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বাবে ভাল খবৰ ৷ অসমত বৃদ্ধি হ’ল চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা৷ পূৰ্বৰ ১২শৰ পৰিৱৰ্তে এতিয়া নতুনকৈ বৃদ্ধি পালে আৰু এশ আসন৷ অৰ্থাৎ অসমত সৰ্বমুঠ আসনৰ সংখ্যা হ’ল ১৩শ৷

আজি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনালে এই এশ আসনৰ বাবে৷ বৃদ্ধি পোৱা আসন কেইখন হ’ব কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত

You May Also Like

More From Author