অমৰজ্যোতিক প্ৰেমৰ জালত পেলাই বিয়া হৈছিল বন্দনা কলিতা

0 min read

অমৰজ্যোতিৰ কেয়াৰ টেকাৰ আছিল বন্দনা। অমৰজ্যোতিৰ মাতৃৰ অগাধ সম্পত্তি থকা বুলি জানিব পাৰিছিল বন্দনাই।

তাৰ পিছতে অমৰজ্যোতিক প্ৰেমৰ জালত পেলাইছিল বন্দনাই।

You May Also Like

More From Author