স্বামী আৰু শাহুক টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত কিয় ভৰাই থ’লে বোৱাৰীয়ে?

1 min read

⭕ পৰকীয়া প্ৰেমৰ বাবে নৃশংস হত্যাকাণ্ড!

⭕স্বামী আৰু শাহুক টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থ’লে বোৱাৰীয়ে।

⭕৩দিন ফ্ৰীজত ৰাখি মৃতদেহৰ টুকুৰা পেলাই দিলে মেঘালয়ৰ দাউকীত।

⭕ বন্দনা কলিতাৰ সৈতে সম্পৰ্ক ৰখা নাছিল নিজ ভাতৃয়ে। মাতৃ পিতৃ আৰু ভাতৃৰ হৈতে,২০১২ চনৰ পৰা কোনো ধৰণৰ সম্পৰ্ক নাছিল বন্দনাৰ ।

⭕ইচ্ছা অনুসৰি বিয়া পতা বাবে ঘৰৰ লোকৰ লগত মাত বুল নাছিল বন্দনা কলিতাৰ।

⭕ ধন-সম্পত্তিৰ লোভত হত্যা কৰা বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author