-
গুৱাহাটীৰ শিলসাঁকোত আজি পুনৰ উচ্ছেদ।শিলসাঁকোৰ উচ্ছেদস্থলীত দখল কৰিছিল একাংশ লোকে ।শিলসাঁকোত ঘৰ সাজি আকৌ দখল কৰিছিল একাংশই। বিগত ২ দিনে প্ৰশাসনে অবৈধ দখলৰ চলাইছিল চৰজমিন তদন্ত।আজি প্ৰশাসনে পুনৰ দখলমুক্ত কৰিব শিলসাঁকো বিল ।
- ২ হাজাৰো অধিক আৰক্ষী মোটায়ন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে