আজিৰ ৰাশিফল ! এই ৰাশিৰ লোকে চাকৰিত পাব সফলতা..

1 min read

এই ৰাশিৰ লোকে চাকৰিত পাব সফলতা , জীৱনলৈ আহিব পাৰে পৰিৱৰ্তন ; জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

মেষ- শৰীৰ ভালে থাকিব।প্ৰেম–পাৰিবাৰিক দিশত অশান্তিৰ যোগ।সন্তানৰ আচৰণত দুঃশ্চিন্তা বাঢ়িব। কামত আত্ম বিশ্বাস ৰাখিব । শুভ সংখ্যা ৮ ,শুভ ৰং আকাশী।

বৃষ- মানসিক শান্তি অটুট থাকিব । ৰাজনীতিক–সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি পাব। দাম্পত্যত নতুন খবৰে অপেক্ষা কৰি আছে। শুভ সংখ্যা ১ ,শুভ ৰং হালধীয়া।

মিথুন- কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ’ব। উপাৰ্জনৰ নতুন পথ বিচাৰি পাব। শিক্ষাৰ্থীসকলৰ চিন্তা বাঢ়িব। শুভ সংখ্যা ৭ ,শুভ ৰং বাদামী।

কৰ্কট- ৰোগৰ পৰা মুক্তি পাব। মানসিক শান্তি লাভ কৰিব। সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। প্ৰেমৰ নতুন সুযোগ আহিব। শুভ সংখ্যা ৪, শুভ ৰং ৰঙা।

সিংহ-আজি ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । জীৱনলৈ অহা সুযোগক গ্ৰহণ কৰক । পিতৃৰ স্বাস্থ্যই চিন্তাত পেলাব। শিক্ষাৰ্থীৰ বাবে দিনটো উত্তম। শুভ সংখ্যা ৯, শুভ ৰং মেৰুণ।

কন্যা- শাৰীৰিক অসুস্থতাই দেখা দিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত দিনটো শুভ যদিও মানসিক অশান্তি বৃদ্ধি পাব পাৰে। দাম্পত্যত উত্থান-পতন হ’ব পাৰে। শুভ সংখ্যা ২,শুভ ৰং মুগা।

তুলা- ঘৰলৈ কোনো ভাল খবৰ আহিব পাৰে। পাৰিবাৰিক বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।আজিৰ দিনটোত কাকো বেয়াকৈ নক’ব । শুভ সংখ্যা ৬,শুভ ৰং সেউজীয়া।

বৃশ্চিক- কৰ্মক্ষেত্ৰত পদোন্নতিৰ লগতে আৰ্থিক লাভ হ’ব পাৰে।ব্যৱসায়ত অধিক পৰিশ্ৰম কৰিব লাগিব।ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।শুভ সংখ্যা ৩ , শুভ ৰং বগা।

ধনু- কামৰ চাপ আৰু ঘৰুৱা কন্দলে জীৱনলৈ মানসিক অশান্তি আনিব । অবিবাহিত লোকৰ বিয়া ঠিক হোৱাৰ সম্ভাৱনা আছে।কাকো পইচা ধাৰলৈ নিদিব।শুভ সংখ্যা ৫ ,শুভ ৰং নীলা।

মকৰ- দিনটো হাঁহি ধেমালিৰে পাৰ হ’ব। জীৱনলৈ নানা ধৰণৰ সুযোগ আহিব পাৰে।সেইবোৰ সদ্ব্যৱহাৰ কৰক। কামৰ চাপ বাঢ়িব পাৰে।শুভ সংখ্যা ১ ,শুভ ৰং গুলপীয়া।

কুম্ভ- আৰ্থিক অৱস্থাৰ উন্নতি হ’ব । আৱেগক নিয়ন্ত্ৰিত কৰক। জীৱনলৈ বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে।সমস্যাসমূহ আনৰ লগত ভাগ বটৰা কৰৰ । শুভ সংখ্যা ৯ ,শুভ ৰং সোণালী।

মীন- আজি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । শৈক্ষিক আৰু বৌদ্ধিক কামত ব্যস্ত থাকিব। কিছু অতিৰিক্ত দায়িত্ব পালন কৰিব লাগিব পাৰে। শুভ সংখ্যা ৫,শুভ ৰং ৰূপালী।

You May Also Like

More From Author