পুৱা ৬ বজাত টিউচনলৈ যাওঁতে সন্ধানহীন: যোৰহাটৰ নয়নজ্যোতি চেতিয়া

1 min read
নাম-নয়নজ্যোতি চেতিয়া
যোৰহাট কল্যাণী বাল্যভৱনৰ নৱম শ্ৰেণীৰ ছাত্ৰ
পুৱা ৬ বজাত টিউচনলৈ যাওঁতে সন্ধানহীন।
কোনো সদাশয় ব্যক্তিয়ে ল’ৰাজনৰ খবৰ পালে তলৰ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ অনুৰোধ। দেউতাকৰ নাম-বুবুল চেতিয়া,মাকৰ নাম গীতাঞ্জলী চেতিয়া।
ফোন নম্বৰ- 7002705910,9365650437

You May Also Like

More From Author