জলকীয়া কাটোতে হাত পুৰিলে কি কৰিব জানি লওক

1 min read

জলকীয়া কাটিলে-হাত পুৰিলে-কি কৰিব জানো আহক । ( Assamese Health Tips )

*ঠাণ্ডা গাখীৰ-

হাতৰ জ্বলা-পোৰা দূৰ কৰিবলৈ-গাখীৰ হৈছে উত্তম প্ৰতিকাৰ।গাখীৰত থকা চৰ্বিয়ে-জলকীয়াৰ জ্বলা-পোৰা দূৰ কৰাত সহায় কৰে।উত্তম ফলাফলৰ বাবে-ঠাণ্ডা গাখীৰ ব্যৱহাৰ কৰক,আৰু যিমান সময় পাৰে-হাত দুখন ডুবাই ৰাখক।গাখীৰে আপোনাৰ ছালৰ কোনো ক্ষতি নকৰে।গাখীৰত কিছু বৰফৰ টুকুৰা মিহলাই ললে-বেছি সকাহ পাব।

*বাচন ধোৱা চাবোন-

বাচন ধোৱা চাবোনে-আপোনাৰ ছালৰ পৰা-জ্বলা-পোৰা গুণ দূৰ কৰিব পাৰে।

*ঘিউ-

জলকীয়া কাটিলে যদি-আপোনাৰ হাতত তীব্ৰ জ্বলা-পোৰা হয়-তেন্তে-ঘিউ ব্যৱহাৰ কৰিব পাৰে। ( Assamese Health Tips )

*এলোভেৰা জেল-

জলকীয়াই পুৰিলে-এলোভেৰাৰ জেল লগালে-সকাহ পোৱা যায়।ই তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে আৰু ছালক সকাহ দিয়ে।

*জলকীয়া কাটোতে-লবলগীয়া সাৱধানতা-

*জলকীয়া কাটোতে-কটাৰিৰ সলনি কেচি ব্যৱহাৰ কৰিব পাৰে।

*জলকীয়া কাটোতে-হাতত গ্লফ পিন্ধি লব পাৰে।

You May Also Like

More From Author