‘প্রযোজকে বঁটাটোৰ বাবে নাহিদ আফ্ৰিনৰ নাম দিছিল ‘ বঁটা বিতৰ্কৰ অৱসান ঘটাই ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ!
প্ৰযোজক-পৰিচালকে নাহিদৰ নাম নমিনেচন কৰিছে, জুৰীয়ে নাহিদকেই নিৰ্বাচন কৰিছে৷ হয়তো গানৰ কলিটো উল্লেখ কৰোতে অলপ ইফাল-সিফাল হৈছে৷ কিন্তু বঁটা নাহিদেই লাভ কৰিছে৷ সদৰী কৰিলে সাংস্কৃতিক মন্ত্ৰীয়ে৷