🔹অসমীয়া বোলছবিৰ মোহময়ী অভিনেত্ৰী ৰিম্পী দাসৰ আবেদনময়ী ৰূপ৷ যেন পুনৰ অনুৰাগীসকলৰ নিশাৰ টোপনি কাঢ়িবলৈ সাজু অভিনেত্ৰী ৰিম্পী দাস৷
Month: March 2023
সৌন্দৰ্য চৰ্চাৰ প্ৰতি দুৰ্বলতা থকা যুৱক-যুৱতীসকলৰ প্ৰায়ভাগেই চুলি ৰং কৰে৷ বহুতেই নিজৰ চুলি আজিকালি ৰং-বিৰঙৰ কৰি লোৱা দেখা যায়৷ কিন্তু চুলি ৰং কৰাটো স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক৷ যদি প্ৰায়েই চুলি ৰং কৰে তেতিয়াহ’লে স্বাস্থ্যত ইয়াৰ ভয়ংকৰ কুপ্ৰভাৱ পৰে৷ সেয়ে বিজ্ঞানীসকলে চুলি ৰং নকৰাটোৱে ভাল বুলি উল্লেখ কৰিছে৷ আৰু যদি চুলি
শীতকালত মূৰৰ চুলি সৰাটো মানুহৰ বাবে এটা ডাঙৰ সমস্যা৷ কিদৰে মূৰৰ সন্মুখৰ চুলি গজাব পাৰি তাকলৈ মানুহৰ কৌতুহলৰ অন্ত নাই৷ এই ক্ষেত্ৰত একধৰণৰ তেল ব্যৱহাৰ কৰি মূৰৰ সন্মুখ ভাগৰ চুলি গজাব পাৰি৷ কি এই তেল– যি মানুহৰ চুলি গজাত সহায় কৰে৷ আহক জানো৷ মূৰৰ সন্মুখভাগৰ চুলি গজাব পাৰি একধৰণৰ মিশ্ৰণযুক্ত
ৰন্ধন প্ৰণালীত কেঁচা জলকীয়াৰ কোনো বিকল্প নাই৷ বহুতে খাদ্যৰ সৈতে কেঁচা জলকীয়া চোবাই খালেহে খাদ্যত জুতি পায়৷ কিন্তু কেঁচা জলকীয়া বহুদিনলৈ সতেজ হৈ নাথাকে৷ কম সময়ৰ ভিতৰতে কেঁচা জলকীয়া লেৰেলি যাবলৈ ধৰে বা সোনকালে শুকাই যায়৷ ফ্ৰীজত ৰাখিলে এটা নিৰ্দিষ্ট সময়লৈকেহে কেঁচা জলকীয়া সতেজ হৈ থাকে যদিও পিছত ই লেৰেলি
পূৰ্বে এক তৃতীয়াংশ সদস্য উপস্থিত নথকা বাবে স্থগিত কৰিব লগীয়া হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা দেওবাৰে পুনৰ অনুষ্ঠিত হয়৷ এই সভাত গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক কমিটিৰ হৈ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে বিগত বৰ্ষসমূহৰ হিচাপ দাখিল কৰে। তাৰ পিছতে ১৩ মাৰ্চত অনুষ্ঠিত প্ৰেছ ক্লাবৰ শেষৰখন কাৰ্যনিৰ্বাহকত লোৱা সিদ্ধান্ত অনুসৰি সভাপতি