Month: March 2023

হনুমান চালীসাৰ শ্লোকৰ গুৰুত্ব জানি লওক

হনুমান চালীসাৰ শ্লোকৰ গুৰুত্ব জানি লওক

মহাদেৱ শিৱৰ বাদে বজৰংৱলী হনুমান একমাত্ৰ দেৱতা যি অতি সোনকালে সন্তোষ হয় আৰু ভক্তৰ কাম সিদ্ধি কৰে । ( Religious Studies ) হনুমান দেৱতাৰ গৌৰৱ চাৰিওটা যুগতে আছিল আৰু থাকিব, কিয়নো তেওঁ অমৰ। তেওঁ অমৰত্বৰে আশীৰ্বাদ প্ৰাপ্ত। তেওঁ যিমান সময় বিচাৰে সিমান সময় শৰীৰত থাকিব পাৰে আৰু এই পৃথিৱীত উপস্থিত

মহাদেৱে দেৱী পাৰ্বতীক অমৰ কথা কোৱাৰ পাছত কি হ’ল জানি লওক

মহাদেৱে দেৱী পাৰ্বতীক অমৰ কথা কোৱাৰ পাছত কি হ’ল জানি লওক

পুৰাণৰ কথা অনুসাৰে-এবাৰে দেৱী পাৰ্ৱতীয়ে বহু উৎসাহেৰে মহাদেৱক এই প্ৰশ্ন কৰিলে যে-এনে কিয় হয় যে-আপুনি অজৰ অমৰ হয় আৰু মই প্ৰতিটো জন্মতে নতুন স্বৰূপত আহি বহু বছৰ কাল কঠোৰ তপস্যা কৰি আপোনাক প্ৰাপ্তি কৰিব লাগে। ( Religious Studies ) যেতিয়া মই আপোনাকে প্ৰাপ্ত কৰিব লাগে-তেতিয়া মোৰ এই তপস্যা কিয়?মোৰ ইমান

কিয় ৰখা হল মাৰুতী নন্দনৰ আন এটা নাম হনুমান জানি লওক

কিয় ৰখা হল মাৰুতী নন্দনৰ আন এটা নাম হনুমান জানি লওক

মাৰুতী নন্দন-অৰ্থাৎ বীৰ হনুমান মাতা অঞ্জনা আৰু কেসৰীৰ পুত্ৰ আছিল।কথা অনুসাৰে-দেৱী অঞ্জনা আৰু কেসৰীৰ বিবাহৰ বহু সময়ৰ পাছতো-সন্তানৰ প্ৰাপ্তি হোৱা নাছিল।তেতিয়া দুয়ো স্বামী-স্ত্ৰী মিলি পৱন দেৱৰ তপস্যা কৰিছিল।পৱন দেৱৰ আৰ্শীবাদত শ্ৰী হনুমানৰ জন্ম হৈছিল। ( Religious Studies ) বীৰ হনুমান সৰুৰে পৰা-অধিক বলৱান,দুষ্টালি আৰু বিশাল শৰীৰৰ আছিল।বীৰ হনুমানৰ সৰু কালৰ

মহাদেৱৰ আৰাধ্য কোন আৰু তেওঁ ধ্যান কৰিলে কাৰ ধ্যান কৰে জানি লওক

মহাদেৱৰ আৰাধ্য কোন আৰু তেওঁ ধ্যান কৰিলে কাৰ ধ্যান কৰে জানি লওক

মহাদেৱে সদায়ে ধ্যানত বিলীন হৈ থাকে। সেই সময়ত ভগৱান শিৱই, তেওঁ নিজৰ আৰাধ্য দেৱৰ ধ্যান কৰে। এই কথা পদ্ম পুৰাণৰ ১৮খণ্ডত বৰ্ণন কৰা হয়। ( Religious Studies ) পদ্ম পুৰাণত বৰ্ণিত কথা অনুসাৰে এদিন মাতা পাৰ্ৱতীয়ে মহাদেৱক সুধিলে প্ৰভূ আপুনি কৃপা কৰি কব যে, আপুনি যেতিয়া ধ্যানত বিলীন থাকে তেতিয়া

কৈলাশ পৰ্বতত উঠা কিয় বন্ধ কৰি দিয়া হল জানি লওক

কৈলাশ পৰ্বতত উঠা কিয় বন্ধ কৰি দিয়া হল জানি লওক

ভাৰত আৰু চীনৰ সীমান্তৰ তীৰ্বতত অৱস্থিত কৈলাশ পৰ্বতলৈ আজিলৈকে যিসকলে বগাবলৈ গৈছে, তেওঁলোক কোনোৱে সু শৰীৰে উভতি অহা নাই। ( Religious Studies ) আটাইতকৈ ওখ পৰ্বত এভাৰেষ্ট শৃংগ বগাই মানুহে কিমান ৰেকৰ্ড কৰিলে। ৮ হেজাৰ মিটাৰ এভাৰেষ্টত গলে অক্সিজেনৰ চিলিণ্ডাৰ লগত লৈ যাব লাগে কিন্তু ৬ হাজাৰ ৩৬৮ফুট ওখ কৈলাশ