গুৱাহাটীত কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ নিৰ্যাতন চলালে পাষন্ডই। হেঙেৰাবাৰীৰ এগৰাকী ১৪বছৰীয়া কিশোৰীক নিৰ্যাতনৰ চেষ্টা। অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰী গৰাকী। হেঙেৰাবাৰীৰ নবজ্যোতি ক্লাবৰ ওচৰত সংঘটিত হয় এই দুস্কৰ্য। মিদুল তালুকদাৰ নামৰ যুৱক জনৰ বিৰুদ্ধে এই অভিযোগ। ইতিমধ্যে ভুক্তভোগী পৰিয়াল টোৱে দিছপুৰ থানত দিছে এজাহৰ।
Month: March 2023
সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা।এই সমস্যা সাধাৰণ যদিও ই জটিল হৈ পৰিব পাৰে আৰু ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই দুৰাৰোগ্য ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে। এইবিধ ৰোগ হ’লে জিভা আৰু মুখত অশান্তিজনক পীড়া হয়। এই ৰোগৰ কাৰণ সমূহ কি কি—- অধিক গৰম
জ্যোতিষশাস্ত্ৰই হোলীৰ ৰঙৰ সৈতে সম্পৰ্কিত কিছুমান বিশেষ ব্যৱস্থাৰ বিষয়ে কয় যি জীৱনত যথেষ্ট উন্নতি কৰে। জ্যোতিষশাস্ত্ৰঅনুসৰি, হোলীৰ দিনা ঘৰৰ মূল দুৱাৰত দুমুখীয়া চাকি জ্বলাব লাগে। জ্যোতিষশাস্ত্ৰই হোলীৰ ৰঙৰ সৈতে সম্পৰ্কিত কিছুমান বিশেষ ব্যৱস্থাৰ বিষয়ে কয় যি জীৱনত যথেষ্ট উন্নতি কৰে। চত মাহত কৃষ্ণ পক্ষ উপলক্ষে প্ৰতি বছৰে হোলী উদযাপন কৰা
ৰুদ্ৰাক্ষ শাস্ত্ৰৰ মতে ৰুদ্ৰাক্ষ পিন্ধিলে সকলো ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ লগতে ভগৱান শিৱৰ কৃপাত প্ৰতিটো ক্ষেত্ৰতে প্ৰগতি, ধন-সম্পত্তি আৰু সফলতা লাভ কৰা হয়। কিন্তু ৰুদ্ৰাক্ষ পিন্ধাৰ নিয়মটোও জনা উচিত। ৰুদ্ৰাক্ষ ক’ত পিন্ধিব নালাগে জানি লওক। শাস্ত্ৰ, পুৰাণ অনুযায়ী ৰুদ্ৰাক্ষ পৰিধানৰ অনেক উপকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভগৱান
গ্ৰীষ্মকালত এগিলাচ মিঠা কুঁহিয়াৰৰ ৰসে অৱসাদ দূৰ কৰে। অৱশ্যে, সোৱাদত মিঠা হোৱা স্বত্বেও বহুতো ৰোগ নিৰাময় কৰাৰ বাবে কুঁহিয়াৰ ব্যৱহাৰ কৰা হয়। জণ্ডিচ, হেপাটাইটিছ ৰো গথকা ৰোগীসকলক কুঁহিয়াৰৰ ৰস দিয়া হয়। কুঁহিয়াৰৰ ৰস পেট পৰিষ্কাৰ কৰাৰ বাবেও উপকাৰী। কুঁহিয়াৰত যথেষ্ট পৰিমাণৰ আইৰণ থাকে যি তেজ বিশুদ্ধ কৰাত সহায় কৰে। কুঁহিয়াৰৰ