বিধানসভাত কংগ্ৰেছক তুলাধূনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
Month: March 2023
লক্ষ্য লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন। সেই উদ্দেশ্যৰে অসমত ৰণডংকা বজাবলৈ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱাল। ২ এপ্ৰিলত অসমলৈ আহি কেজৰিৱালে অসমৰ ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ৰাখিব ভাষণ। একপ্ৰকাৰ নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰে ৰণডংকা বজাবলৈ আগমন ঘটিব অৰবিন্দ কেজৰিৱালৰ গুৱাহাটী মহানগৰীৰ সোণাৰাম খেলপথাৰত হ’বলগীয়া জনসভাৰ বাবে ইতিমধ্যে
এজনৰ পাছত আন এজন ৰাজনৈতিক নেতা সোমাই পৰিছে বিতৰ্কত।আইনী মেৰপাচত সোমোৱাৰ দিশে কেইবাজনো নেতা। এইবাৰ দিল্লী উচ্চ ন্যায়ালয়ে মানহানিৰ গোচৰত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, আদিত্য ঠাকৰে আৰু সঞ্জয় ৰাউতলৈ চমন জাৰি কৰিছে। এই নেতা সকলক ১৭ এপ্ৰিলত মাতি পঠোৱা হৈছে। সিন্দে গোটৰ নেতা ৰাহুল ৰমেশ শেৱালেৰ দ্বাৰা দাখিল কৰা
নিম্নমাদণ্ডৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কেন্দ্ৰ আৰু ৰাজ্য ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই যুটীয়া অভিযান চলাই কেইবাটাও ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা কাৰ্যই দেশজুৰি তীব্ৰ আলোড়ৰণ সৃষ্টি কৰিছে। জীৱন দায়িনী ঔষধক লৈ খেলা কৰা এই প্ৰতিষ্ঠানসমূহৰ তালিকাত আছে বহু কেইটা আগশাৰীৰ ঔষধ প্ৰস্তুতকাৰী কোম্পানী। মঙ্গলবাৰে দেশৰ মুঠ ১৮ টা ঔষধ
এপ্ৰিল মাহৰ প্ৰথমটি দিনৰ পৰা জনতাৰ মূৰত মাধমাৰ শোধাবলৈ পুনৰ সাজু হৈ উঠিছে শাসনাধিষ্ঠ চৰকাৰ । নিজকে কল্যাণকামী ৰাষ্ট্ৰ বুলি দাবী কৰি অহাৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে এইবাৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে । ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা মানুহৰ সমস্যা ই দুগুণ কৰি তুলিব । চৰকাৰে ইতিমধ্যে ঔষধ