দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। এনে ঘটনা হ্ৰাস কৰাৰ বাবে দেশত বহু আইন বনোৱা হৈছে যদিও হ্ৰাস হোৱা নাই এনে কাণ্ড সমূহ। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে এক হত্যাকাণ্ড সন্দৰ্ভত দিছে বিশেষ ৰায়। পুনেত ৫ গৰাকী মহিলা আৰু দুটি শিশুক হত্যা কৰাৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত এক ব্যক্তিক মুক্তিৰ নিৰ্দেশ দিয়ে
Month: March 2023
বিহুৰ বিশ্ব অভিলেখৰ কাৰ্যসূচীত ব্যাপক বিসংগতিৰ অভিযোগ। আখৰা শিবিৰত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখতে জয়ন্ত সোণোৱালৰ বিস্ফোৰক মন্তব্য। প্ৰশিক্ষকক গুৱাহাটীৰ পৰা খেদি পঠাইছিল বুলি মন্তব্য কৰাৰ অভিযোগ জয়ন্ত সোণোৱালৰ বিৰুদ্ধে। ইয়াৰ পিছতেই ক্ষুন্ন হৈ পৰিছে প্ৰশিক্ষকসকল।
গোগুল পে’, ফোন পে’ ব্যৱহাৰকাৰীসকলৰ বাবে বেয়া খবৰ। এতিয়াৰে পৰা ২ হাজাৰৰ অধিক টকা লেনদেন কৰিলে ভৰিব লাগিব মাচুল। নেচনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ এন পি চি আইয়ে শেহতীয়াকৈ এক চাৰ্কুলাৰ জাৰি কৰিছে। এই চাৰ্কুলাৰখনৰ জৰিয়তে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্টছ (পিপিআই)ক ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ ইউ পি আইৰ লেনদেনৰ বাবে
– দীপাংকৰ বৰদলৈৰ ঘৰ কাকডোঙাৰ দলৈ গাঁৱত – যোৰহাটলৈ যাঁও বুলি কৈ মোমায়েকৰ ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন – ইতিমধ্যে চোমনী আৰক্ষী চকীত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ
ৰাজপথত যুৱকৰ উদ্ভণ্ডালি। আইন-আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই ৰাজপথত কাৰ ষ্টাণ্ট।