‘মুখ্যমন্ত্ৰী হাড়ে-হিমজুৱে কংগ্ৰেছী। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিস্ফোৰণ
Month: March 2023
উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক হিমন্ত চৰকাৰে দিব মাটি। ১৬খন জিলাৰ ৭৬০পৰিয়ালৰ মাটি দিব চৰকাৰে WATCH VIDEO
এন আৰ চিৰ কেলেংকাৰীকলৈ চৰ্চা চলি থকাৰ মাজতে এই কেলেংকাৰীৰ মুখ্য অভিযুক্ত তথা এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা পুনৰ আহিব অসমলৈ। প্ৰতীক হাজেলাৰ অসম আগমণৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে এন আৰ চি কেলেংকাৰীক লৈ সৰৱ হৈ থকা অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ হাজেলাৰ অসম আগমণক
আজি নলবাৰীত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)। নলবাৰীৰ মহাৰজত জয়ন্তীত ভৰি দিয়া বগুৰিহাটী বাৰোৱাৰী শ্ৰীশ্ৰীবাসন্তী পূজাত সেৱা গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। বাসন্তী পূজাত সেৱা কৰিয়েই ৰাইজক সম্বোধন কৰি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়। বগুৰিহাটী বাসন্তী পূজা মন্দিৰৰ বাবে পঞ্চাশ লাখ টকাৰ অনুদান ঘোষণা কৰাৰ লগতে
জনতা ভৱনত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ পিছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। মন্ত্ৰীসভাৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ অধীনত চৰকাৰে এহেজাৰ মেগাৱটৰ প্ৰজেক্ট স্থাপন কৰিব। কাৰ্বি আংলঙত বহুৱাব এই পাৱাৰ প্ৰজেক্ট। বসুন্ধৰা ১ আৰু ২ ৰ পিছতো বহু খিলঞ্জীয়া