Month: March 2023

অৱশেষত মুকলি আকাশৰ তললৈ ৰাকেশ পাল

অৱশেষত মুকলি আকাশৰ তললৈ ৰাকেশ পাল

৬ বছৰ ৪ মাহ কাৰাগাৰত থকাৰ পিছত মুকলি আকাশ তললৈ ৰাকেশ পাল। অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ জামিন অৱশেষত মঞ্জুৰ কৰে আদালতে। অৱশ্যে পালে নিজে জনোৱা মতে, আদালতে কিছু চুক্তি সাপেক্ষে তেওঁক জামিন দিছে। কাৰাবাস জীৱনৰ বিষয়ে উল্লেখ কৰি পালে কয়- কেন্দ্ৰীয় কাৰাগাৰত

ভগৱান শ্ৰী গণেশ আৰু অহংকাৰী চন্দ্ৰমাৰ কথাৰে…

ভগৱান শ্ৰী গণেশ আৰু অহংকাৰী চন্দ্ৰমাৰ কথাৰে…

সকলোৱে জানে যে-ভগৱান শ্ৰী গণেশৰ মোদক আৰু মিঠাই বহুত প্ৰিয়।এইবাবেই-গণপতিয়ে সকলোৰে নিমন্ত্ৰণ স্বীকাৰ কৰি লয়।আৰু পেটৰ লগতে মন ভৰি মিঠাই খায়। ( Religious Studies ) এবাৰ ধনপতি কুবেৰে-ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীক ভোজলৈ নিমন্ত্ৰণ কৰিলে।কিন্তু মহাদেৱে কলে যে-মই কৈলাশ এৰি কলৈকো নাযাওঁ।আৰু দেৱী পাৰ্ৱতীয়ে কলে যে-মই মোৰ স্বামীক এৰি কলৈকো

ভগৱান গণেশক পূজা নকৰাকৈ কোনো কাম সম্পন্ন কৰিব নোঁৱাৰি

ভগৱান গণেশক পূজা নকৰাকৈ কোনো কাম সম্পন্ন কৰিব নোঁৱাৰি

ভগৱান শ্ৰী গণেশক-হিন্দু ধৰ্মৰ প্ৰথম পূজ্য দেৱতা হিচাপে গণ্য কৰা হয়।কোনো পূজা বা শুভ কাম কৰাৰ আগতে প্ৰথমে ভগৱান গণেশক পূজা কৰা হয়। ( Religious Studies ) ভগৱান গণেশক পূজা নকৰাকৈ কোনো কাম সম্পন্ন কৰিব নোঁৱাৰি বুলি বিশ্বাস কৰা হয়।কিন্তু সকলো দেৱ-দেৱীৰ ভিতৰত গণেশকেই কিয় প্ৰথম পূজ্য দেৱতা বুলি গণ্য

অৰ্শ ৰোগীৰ লবলগীয়া সাৱধানতাসমূহ জানি লওক

অৰ্শ ৰোগীৰ লবলগীয়া সাৱধানতাসমূহ জানি লওক

বৰ্তমান সময়ত প্ৰায়বোৰ ব্যক্তিয়ে ভুগি থকা এটি প্ৰধান সমস্যা হৈছে অৰ্শ ৰোগ বা পাইলচ।( Assamese Health Tips ) প্ৰতিটো পৰিয়ালৰ এজন বা দুজন ব্যক্তি এই ৰোগত ভোগা দেখা যায়। পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে এই ৰোগৰ কৱলত পৰিছে বহু লোক। ময়দাৰ পৰা তৈয়াৰী খাদ্য বেছিকৈ খোৱা, টিন বা পেকেটত সংৰক্ষণ

চকুৰ গুৰি ক’লা পৰা সমস্য আৰু পৰিত্ৰাণৰ উপায় !

চকুৰ গুৰি ক’লা পৰা সমস্য আৰু পৰিত্ৰাণৰ উপায় !

এখন সুন্দৰ আৰু স্বাস্থ্যোজ্জল ছালৰ অধিকাৰী হোৱাৰ বাসনা সকলোৰে আছে। সেয়ে আমি প্ৰত্যেকেই নিতৌ নিজৰ ছালখনৰ যত্ন লওঁ যাতে সকলোৰে চকুত নিজকে আকৰ্ষণীয় কৰি তুলিব পাৰো। ( Assamese Health Tips ) ঠিক তেনেকৈ এজন ব্যক্তিৰ উজ্জল ধুনীয়া চকুযুৰিয়ে আমাক আকৰ্ষিত কৰে। কিন্তু এই ধুনীয়া চকুযুৰিৰ তলত যেতিয়া ক’লা দাগ পৰে