Month: March 2023

গণেশ ভগৱানৰ সোণৰ মূৰ্তি আৰু এগৰাকী বৃদ্ধাৰ কথা…

গণেশ ভগৱানৰ সোণৰ মূৰ্তি আৰু এগৰাকী বৃদ্ধাৰ কথা…

এগৰাকী বৃদ্ধাই সদায়ে-মাটিৰ গণেশক পূজা কৰিছিল।কিন্তু বৃদ্ধা গৰাকীয়ে বনোৱা মাটিৰ গণেশৰ মূৰ্তি সদায়ে গলি গৈছিল।বৃদ্ধা গৰাকীৰ ঘৰৰ ওচৰতে এজন ধনী ব্যক্তিয়ে ঘৰ বনাই আছিল। ( Religious Studies ) বৃদ্ধা গৰাকীয়ে সেই ধনী ব্যক্তিজনৰ ঘৰলৈ গৈ-ঘৰ বনাই থকা বনুৱাসকলক কলে-লৰাসকল-মই মাটিৰে বনোৱা গণেশল মূৰ্তি সদায়ে গলি যায়।সেইবাবে-মোৰ পূজাৰ বাবে-তোমালোকে পাথৰৰ এটা

পুৱা ৬ বজাত টিউচনলৈ যাওঁতে সন্ধানহীন: যোৰহাটৰ নয়নজ্যোতি চেতিয়া

পুৱা ৬ বজাত টিউচনলৈ যাওঁতে সন্ধানহীন: যোৰহাটৰ নয়নজ্যোতি চেতিয়া

নাম-নয়নজ্যোতি চেতিয়া যোৰহাট কল্যাণী বাল্যভৱনৰ নৱম শ্ৰেণীৰ ছাত্ৰ পুৱা ৬ বজাত টিউচনলৈ যাওঁতে সন্ধানহীন। কোনো সদাশয় ব্যক্তিয়ে ল’ৰাজনৰ খবৰ পালে তলৰ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ অনুৰোধ। দেউতাকৰ নাম-বুবুল চেতিয়া,মাকৰ নাম গীতাঞ্জলী চেতিয়া। ফোন নম্বৰ- 7002705910,9365650437

এনে কৰিলে ঘৰত ধনৰ অভাৱ সমাপ্ত হয় আৰু সুখ-শান্তি বিস্তাৰ হয়

এনে কৰিলে ঘৰত ধনৰ অভাৱ সমাপ্ত হয় আৰু সুখ-শান্তি বিস্তাৰ হয়

দেৱী লক্ষ্মীৰ পূজা কৰিলে-ঘৰত সদায়ে,সুখ-শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে। ( Religious Studies ) হিন্দু ধৰ্ম অনুসাৰে বৃহস্পতিবাৰৰ দিনা বিবাহিত মহিলায়ে মা লক্ষ্মীৰ পূজা কৰে।এনে কৰিলে ঘৰত ধনৰ অভাৱ সমাপ্ত হয় আৰু সুখ-শান্তি বিস্তাৰ হয়।ধন আৰু সম্পত্তিৰ অধিষ্টাত্ৰী দেৱী মা লক্ষ্মীৰ জন্ম সমুদ্ৰ মন্থনৰ সময়ত হৈছিল।দেৱী লক্ষ্মীৰ পূজা কৰিলে কেৱল ধনৰ

বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইক উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইক উষ্ম অভিনন্দন জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

আইবা মহিলা বিশ্ব ব’ক্সিং চেম্পিয়নশ্বিপৰ ৭৫ কেজি শাখাত দুৰন্ত প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰা লাভলীনা বৰগোহাঁইক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেখেতৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত উষ্ম অভিনন্দন জ্ঞাপন কৰে। লগতে সৰ্বানন্দ সোণোৱালে বিশ্ব চেম্পিয়নগৰাকীক ফুলাম গামোচা, প্ৰশস্তি পত্ৰ আৰু অন্যান্য উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। লাভলীনাৰ অভূতপূৰ্ব বিজয়ে সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীকো