দৈনিক ৰাশিফলঃ ২৬ মাৰ্চ, দেওবাৰ.. মেষ ৰাশি- ধৈৰ্য্য ধৰিব। নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। ব্যৱসায়ত কিছু সমস্যা হব পাৰে। ভাতৃ-ভগ্নীৰ সমৰ্থন লাভ কৰিব। ভ্ৰমণৰ যোগ আছে। বৃষ ৰাশি- মনত শান্তি আৰু সুখ থাকিব। আত্মবিশ্বাসো ভৰি পৰিব। চাকৰিৰ ক্ষেত্ৰখনত পৰিৱৰ্তন হ’ব পাৰে। কঠোৰ পৰিশ্ৰম বেছি হ’ব। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন
Month: March 2023
আজি মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত নামিব জিণ্টিমণি। মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে অসমৰ জিণ্টিমণি কলিতাই। মুম্বাই ইণ্ডিয়ানছ নামিব মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপৰ যুঁজত। সন্ধিয়া ৭.৩০ বজাত দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মুম্বাই ইণ্ডিয়ানছ। মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশৰ নিয়মীয়া খেলুৱৈ জিণ্টিমণি।
Centre for Cultural Resources & Training (CCRT) is organising a four days’ cultural festival titled ‘VIRASAT – Kamaladevi’ to honour the memory of Smt. Kamaladevi Chattopadhyay, Founder and First Chairperson of CCRT from March 24th to 27th, 2023, in CCRT Campus Dwarka, New Delhi. According to Shri Rishi Vashist Director
ৰাহুল গান্ধীক গোৰ মাৰি গংগাতহে পেলাইছে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত অখিল গগৈৰ মন্তব্য।
বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ থাকে। বহুলোকে ভাবে যে এই সমস্যাটো দুৰ্বলতাৰ বাবে হৈছে, কিন্তু ইয়াক সহজভাৱে লোৱাটো উচিত নহয়। বেছিভাগ লোকে এই সমস্যাৰ বাবে অসুবিধাত পৰে, কিন্তু বহুলোকে ইয়াক উপেক্ষা কৰে। কিন্তু ই গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ~ ডায়েবেটিছ হাত আৰু ভৰিত জিনজিননি হোৱাটো ডায়েবেটিছৰ লক্ষণ