Month: March 2023

মা গংগাক পৃথিৱীলৈ কেনেদৰে আনিলে জানি লওক…

মা গংগাক পৃথিৱীলৈ কেনেদৰে আনিলে জানি লওক…

সগৰ ইক্ষাকু বংশৰ ৰজা আছিল। পুত্র প্ৰাপ্তৰ বাবে তেওঁ শিৱক আৰাধনা কৰিছিল। শিৱ সন্তস্ত হৈ সগৰ ৰজাক ষাঠি হেজাৰ পুত্র হোৱাৰ বৰ দিলে। সগৰ ৰজাই অশ্বমেধ যজ্ঞৰ আয়োজন কৰিলে। এই খবৰ পায় দেৱৰাজ ইন্দ্ৰই যজ্ঞৰ ঘোঁৰাটোক চুৰ কৰি নি পাতালত কপিল মুনিৰ আশ্ৰমত বান্ধি থলেগৈ। ইফালে ঘোঁৰা বিচাৰি গৈ গৈ

এই ৪ টা ৰাশি ভগৱান শ্ৰীকৃষ্ণৰ অতিকৈ প্ৰিয়

এই ৪ টা ৰাশি ভগৱান শ্ৰীকৃষ্ণৰ অতিকৈ প্ৰিয়

জ্যোতিষত মুঠ ১২ টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। প্ৰতিটো ৰাশিৰ নিজস্ব গ্ৰহ আছে। ব্যক্তিজনৰ ৰাশিৰ ভিত্তিত তেওঁৰ ভৱিষ্যত আৰু স্বভাৱৰ মূল্যায়ন কৰা হয়। ( Assamese Horoscope ) জ্যোতিষ বিজ্ঞানৰ মতে মুঠ ১২টা ৰাশিৰ ভিতৰত কিছুমান ৰাশিত ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা আছে। ভগৱান শ্ৰীকৃষ্ণ বিষ্ণুৰ অষ্টম অৱতাৰ। ভদ্ৰপদ মাহৰ কৃষ্ণ পক্ষৰ

ঘামৰ দুৰ্গন্ধই আমনি কৰিছে যদি এই উপায়সমূহ জানি লওক

ঘামৰ দুৰ্গন্ধই আমনি কৰিছে যদি এই উপায়সমূহ জানি লওক

গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম বহুত বেছিকৈ ওলাই যাৰ ফলত কাষলতিৰ পৰা দুৰ্গন্ধ ওলাই আহিবলৈ ধৰে।ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি-ডিয়’ড্ৰেন্ট বা পাৰফিউম ব্যৱহাৰ কৰোঁ।কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ইয়াৰ স্থায়ী সমিধান কৰিব লাগে। ( Assamese Health Tips ) ঘামৰ দুৰ্গন্ধ আঁতৰাবলৈ কেইটামান ঘৰুৱা উপকাৰ- গ্ৰীষ্মকালত শৰীৰৰ তাপমাত্ৰা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ।সেয়ে

নগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনা

নগাঁৱৰ বেবেজীয়াত পথ দুৰ্ঘটনা

নগাওঁ জিলাৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত বিৰহ বেবেজীয়াত বৃহস্পতিবাৰে বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোক আহত হয় । জানিব পৰা মতে বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰ বেগত অহা এখন মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰিচকীয়া বাহনৰ পিছৰফালে খুন্দা মৰা ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত

বিশ্ব ৰেকৰ্ডৰ বাবে জিলাই জিলাই চলিছে নাচনীৰ প্ৰশিক্ষণ

বিশ্ব ৰেকৰ্ডৰ বাবে জিলাই জিলাই চলিছে নাচনীৰ প্ৰশিক্ষণ

ধেমাজিটো বিশ্ব ৰেকৰ্ডৰ আখৰা। ধেমাজিত বিশ্ব ৰেৰ্কডৰ বাবে চলা বিহু প্ৰশিক্ষণৰ অগ্ৰগতি বুজ ল’বলৈ বৃহস্পতিবাৰে ধেমাজিত উপস্থিত হয় অসম চাকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ৷ ধেমাজি নগৰৰ ৭ নম্বৰ ৱাৰ্ড স্থিত নগাখেলীয়া চিলাৰায় ভৱনত অনুষ্ঠিত হোৱা বিহুৱা আৰু নাচনী আখৰা স্থলীত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ কাৰ্যসূচীৰ পিছত মন্ত্ৰী