আজি প্ৰদান কৰা হ’ব অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই বঁটা। ডাঃ তপন শইকীয়াক প্ৰদান কৰা হ’ব অসম বৈভৱ বঁটা। উত্তৰ–পূবত কৰ্কট ৰোগৰ সজাগতা বৃদ্ধিৰ চেষ্টা চলাই আহিছে শইকীয়াই। কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, ডাঃ শশীধৰ ফুকন, নয়নমণি
Month: March 2023
@whoismeg Femina Miss India Karnataka 2023 bags the title of Mohey Miss Photogenic, We had Avni Agarwal, Brand Manager, Vedant Fashions Ltd & Dr. Sagar Abichandani, Proprietor, The Dental Hub present her the gratification on stage About: Born in the heart of Bangalore, Megan Katrina Edward, fondly known as Meg, spent the
All the performances were mind-blowing & judging this one was a tough call! Ladies & Gentlemen, meet your INIFD Miss Talented .. Oh wait! It’s a TIE! @shynachoudhary02 Femina Miss India Punjab 2023 and @tana_puniya Femina Miss India Arunachal Pradesh 2023 share this title! 🤩 About Tana: Small towns don’t limit big dreams!
চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ‘মোদী উপাধি’ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছিল। ২ বছৰৰ বাবে ৰাহুল গান্ধীক কাৰাদণ্ডৰ ৰায় দিছিল আদালতে। অৱশ্যে আদালতৰ ৰায়ৰ পিছতে জামিন লাভ কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ। ‘মোদী
পলাতক খালিস্তানপন্থী নেতা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিংৰ ব্যক্তিগত জীৱনক লৈ ন ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি একাধিক মহিলাৰ সৈতে সম্পর্ক আছিল অমৃতপালৰ৷ বিবাহিত মহিলাসকলৰ সৈতে পৰকীয়া সম্পর্ক গঢ়ি তোলাৰ ক্ষেত্রতো আপত্তি নাছিল পলাতক খালিস্তানপন্থী নেতাৰ৷ বহু মহিলাক যৌন সম্পর্কৰ প্রস্তাৱো দিছিল অমৃতপালে৷