পশ্চিম বংগই অতি সোনকালে বন্দে ভাৰত এক্সপ্ৰেছৰ আন এটা নতুন পথ লাভ কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি নতুনকৈ আৰম্ভ হ’বলগীয়া বন্দে ভাৰত হাওৰাৰ পৰা বাৰাণসী পথত চলিব। সূত্ৰৰ পৰা জানিব পৰা মতে, হাওৰাৰ পৰা বন্দে ভাৰত একাধিক পথত আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ৰে’ল কৰ্তৃপক্ষই। ইয়াৰে নতুন বন্দে ভাৰতৰ উন্মোচনৰ জৰিয়তে পৰ্যটক
Month: March 2023
পঞ্জাৱ আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ‘ৱাৰিজ পঞ্জাৱ দে’ৰ নেতা অমৃত পাল সিঙক। পঞ্জাৱ আৰক্ষীৰ চকুত ধূলি দি বাইকেৰে পলায়ন কৰিছিল অমৃত পাল সিঙে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বাইক খন। ইতিমধ্যে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ ১০০ জনৰো অধিক সদস্য় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে পঞ্জাৱ চৰকাৰে আদালতক কয়
মানকাচৰৰ অসম-মেঘালয় সীমান্তত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। মানকাচৰৰ কুৰালভাংগাত এজনে হত্যা কৰিলে পত্নীক। বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা। ফৰিদা খাতুনক হত্যা কৰি পলায়ন কৰে স্বামী জাহান উদ্দীনে। পৰকীয়া প্রেমৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে। অৱশ্যে হত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড। গুজৰাটৰ ছুৰাট জিলা আদালতে বিহিলে কাৰাদণ্ড। চুৰাটৰ এখন আদালতে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “মোডীৰ উপাধি” সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। অৱশ্যে, আদালতে এতিয়াও শাস্তি ঘোষণা কৰা নাই। ৰাহুল গান্ধীৰ বিৰুদ্ধে তেওঁৰ
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ। মহাৰাষ্ট্ৰৰ এজন বিধায়কৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ এই পত্ৰ। অসমৰ মানুহৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বুলি অভিযোগ। বাচ্ছু কাডু নামৰ বিধায়কজনে কৈছিল অসমৰ মানুহে কুকুৰ খায় বুলি। ‘বিধায়কজনৰ এই বক্তব্যত অসম ৰাইজে ক্ষোভ প্ৰকাশ কৰিছিল’। বিধায়কজন আমাৰ ৰাজ্যখনৰ সংস্কৃতিৰ সন্দৰ্ভত অজ্ঞ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।