Month: March 2023

কোন ৰাজনৈতিক দলত যোগ দিব আচুৰ্য বৰপাত্ৰই? স্পষ্ট কৰিলে ছ’চিয়েল মিডিয়াত

কোন ৰাজনৈতিক দলত যোগ দিব আচুৰ্য বৰপাত্ৰই? স্পষ্ট কৰিলে ছ’চিয়েল মিডিয়াত

শেহতীয়াকৈ বিবাহত বহা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ পুনৰ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে। এইবাৰ অৱশ্যে কোনো গীতক লৈ নহয়, তেওঁ কোনো ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত হে! একাংশ সংবাদ মাধ্যমত কণ্ঠশিল্পীগৰাকীক লৈ চলিছিল এটা গোজৱ! কণ্ঠশিল্পীগৰাকী কোনো ৰাজনৈতিক দলত যোগদান কৰা পূৰ্ণ সম্ভাৱণা বুলি চলা এই বাতৰিক একপ্ৰকাৰে আজি

অকলে থকাৰ সময়ত হাৰ্ট এটেক আহিলে জীৱন ৰক্ষাৰ বাবে কৰক এই কাম…

অকলে থকাৰ সময়ত হাৰ্ট এটেক আহিলে জীৱন ৰক্ষাৰ বাবে কৰক এই কাম…

হাৰ্ট এটেক আজিকালি এটা সাধাৰণ সমস্যা হৈ পৰিছে। এতিয়া আৰু এনে নহয় যে কেৱল হৃদৰোগী বা বৃদ্ধ ব্যক্তিৰ হাৰ্ট এটেক হয়। আজিকালি জিম, স্কুল, ট্ৰেইনত আনকি খেলি থাকোতেও এজন ব্যক্তি হাৰ্ট এটেক হব পাৰে। আটাইতকৈ আচৰিত কথাটো হ’ল যিকোনো বয়সৰ মানুহৰ অৰ্থাৎ বৃদ্ধ, ল’ৰা-ছোৱালীৰ লগত এনেকুৱা হ’ব পাৰে। আজিকালি যি

‘ইমান মৰম আৰু আশীৰ্বাদ পাইছো অসমবাসীৰ, ইয়াতকৈ আৰু সুখ নালাগে’ : কৰিশ্মা নাথ

‘ইমান মৰম আৰু আশীৰ্বাদ পাইছো অসমবাসীৰ, ইয়াতকৈ আৰু সুখ নালাগে’ : কৰিশ্মা নাথ

কৰিশ্মা নাথ বুলি ক’লে এতিয়া অসমত হয়তো চিনি নোপোৱা মানুহ নোলাব। বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল কৰিশ্মা নাথ (Karishma Nath)। নাগাৰা নামেৰে ভাইৰেল হৈ পৰিছিল নাগাৰা নামৰ উদীয়মান শিল্পী কৰিশ্মা নাথ। কৰিশ্মাৰ এটা ভিডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। তাৰ পিছত বিতৰ্ক। কৰিশ্মাই নাগাৰা নাম বিকৃত