Month: March 2023

৭ খন ৰাজ্যত স্থাপন হ’ব মেগা টেক্সটাইল পাৰ্ক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা

৭ খন ৰাজ্যত স্থাপন হ’ব মেগা টেক্সটাইল পাৰ্ক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে তামিলনাডু, তেলেংগানা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত PM MITRA মেগা টেক্সটাইল পাৰ্ক স্থাপন কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে কয়, ”এইটো জনাবলৈ পাই সুখী যে, PM MITRA মেগা টেক্সটাইল পাৰ্কে 5F (ফাৰ্ম টু ফাইবাৰ টু ফেক্টৰী টু ফেশ্বন টু ফৰেইন)

খালিস্তানী অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ ব্যাপক অভিযান

খালিস্তানী অমৃতপাল সিঙক বিচাৰি পঞ্জাৱ আৰক্ষীৰ ব্যাপক অভিযান

খালিস্তানী নেতা তথা ৱাৰিছ পঞ্জাব দেৰ মুৰব্বী অমৃতপাল সিং পলাতক। খালিস্তানী নেতাগৰাকীক পলাতক ঘোষণা পঞ্জাৱ আৰক্ষীৰ। জলন্ধৰৰ নাকোদাৰৰ পৰা পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰথমে তথ্য প্ৰকাশ হৈছিল যদিও পিছত এই খবৰ নস্যাৎ কৰিছে পঞ্জাৱ আৰক্ষীয়ে। অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত খালিস্তানী নেতাগৰাকীৰ ৭৮ গৰাকী সমৰ্থক সহযোগীক গ্ৰেপ্তাৰ কৰিছে। অমৃতপালৰ সহযোগীসকলক

বহিষ্কাৰেও জনপ্ৰিয়তা সীমিত কৰিব পৰা নাই  ‘পে পে পে কন্যা’ৰ

বহিষ্কাৰেও জনপ্ৰিয়তা সীমিত কৰিব পৰা নাই ‘পে পে পে কন্যা’ৰ

বহিষ্কাৰেও জনপ্ৰিয়তা সীমিত কৰিব পৰা নাই ‘পে পে পে কন্যা’ৰ কৰিশ্মা নাথ বুলি ক’লে এতিয়া অসমত হয়তো চিনি নোপোৱা মানুহ নোলাব। বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল কৰিশ্মা নাথ (Karishma Nath)। নাগাৰা নামেৰে ভাইৰেল হৈ পৰিছিল নাগাৰা নামৰ উদীয়মান শিল্পী কৰিশ্মা নাথ। কৰিশ্মাৰ এটা ভিডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত

নাবালিকাক পলুৱাই নিবলৈ আহি জালত পৰিল বহিঃৰাজ্যৰ যুৱক

নাবালিকাক পলুৱাই নিবলৈ আহি জালত পৰিল বহিঃৰাজ্যৰ যুৱক

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীক পলুৱাই নিবলৈ আহি আৰক্ষীৰ জালত বহ্যিঃৰাজ্যৰ যুৱক৷ ফেচবুকৰ জৰিয়তে অসমৰ নাবালিকা কিশোৰীক পলুৱাই নিয়াৰ ষড়যন্ত্ৰ মানৱ সৰবৰাহকাৰীৰ৷ বঙাইগাঁৱত আৰক্ষীৰ তৎপৰতাত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ১৪ বছৰীয়া কিশোৰীক৷ কিশোৰীগৰাকী গোৱালপাৰা জিলাৰ ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত বাইদাৰ। কেইমাহমান পূৰ্বে উত্তৰ প্ৰদেশৰ অংকিত কুমাৰ নামৰ লোকজনে কিশোৰীগৰাকীৰে চিনাকী

হিমন্ত বিশ্ব শৰ্মা ‘হিন্দু শ্বেৰ’,ক’লে বাগেশ্বৰ বাবা আচাৰ্য ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে

হিমন্ত বিশ্ব শৰ্মা ‘হিন্দু শ্বেৰ’,ক’লে বাগেশ্বৰ বাবা আচাৰ্য ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে

অসমত মধ্য প্ৰদেশৰ বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী । শক্তিপীঠ কামাখ্যাত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় শাস্ত্ৰীয়ে। বাগেশ্বৰ বাবাক কাষত পাই উৎফুল্লিত হৈ পৰে ভক্তসকল। বাগেশ্বৰ বাবা কি জয় ধ্বনিৰে আদৰণি বাবাগৰাকীক। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সন্দৰ্ভত তেওঁ কয়, ‘‘আলোচনা কি কৰিম। মই মংগলাশিস আশীৰ্বাদ দিলো। সাধুৱে কি