পুনৰ কোকৰাঝাৰত অসমীয়া ভাষাত ক’লা ৰং সানিলে এবছুৱেঃ ইংৰাজীৰ পৰিৱৰ্তে বড়ো ভাষাক অগ্ৰাধিকাৰ দিয়াৰ দাবী
কোকৰাঝাৰৰ চৰকাৰী – বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান, প্ৰতিষ্ঠান দোকান – পোহাৰৰ নামফলকত বড়ো ভাষাক এলাগী কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷ কাৰ্যালয়ৰ লগতে বাট পথত থকা চৰকাৰী – বেচৰকাৰী ফলকত বিশেষকৈ বড়ো ব্যৱহাৰ নকৰি অসমীয়া আৰু ইংৰাজী ভাষাক প্ৰাধান্য দিয়া কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই