Month: March 2023

উন্নয়নৰ নামত নিজৰ পকেটহে গৰম কৰিছে প্ৰমোদ বড়োৱে

উন্নয়নৰ নামত নিজৰ পকেটহে গৰম কৰিছে প্ৰমোদ বড়োৱে

লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। পিছ পৰি ৰোৱা নাই বিপিএফ দলো। আজি বাগ্‌সা জিলাৰ শালবাৰীত বিপিএফ দলে শালবাৰী আৰু মথনগুৰি সমষ্টিত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত অংশগ্রহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। শালবাৰীৰ আনন্দ বজাৰৰ পৰা ভকুৱামাৰীলৈ

মহানগৰীত পুনৰ সক্ৰিয় হানি ট্রেপিং চক্র; আৰক্ষীৰ জালত যুৱতী সহ দুজন

মহানগৰীত পুনৰ সক্ৰিয় হানি ট্রেপিং চক্র; আৰক্ষীৰ জালত যুৱতী সহ দুজন

মহানগৰীত পুনৰ সংগোপনে সক্রিয় হৈছে হানি ট্রেপিং চক্র ৷ এইবাৰ হানি ট্রেপিঙৰ বলি হৈছে এজন পুজাৰী ৷ ভগীৰথী শাস্ত্রী নামৰ এগৰাকী পূজাৰীজন এই চক্ৰটোৰ কবলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে ৷ ফটাশিল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শুক্ৰবাৰে অৰ্তকিতে চলোৱা অভিযানত আটক হয় হানি ট্রেপিঙ চক্রটোৰ দুজন ৷ উল্লেখ্য যে,ভগীৰথী শাস্ত্রী নামৰ

মা দুৰ্গাৰ এই জনপ্ৰিয় নামবোৰৰ নামেৰে ৰাখিব পাৰে আপোনাৰ কন্যাৰো নাম…

মা দুৰ্গাৰ এই জনপ্ৰিয় নামবোৰৰ নামেৰে ৰাখিব পাৰে আপোনাৰ কন্যাৰো নাম…

নামকৰণ সংস্কাৰ অতীজৰে পৰা হিন্দু ধৰ্মৰ এক আচাৰ-ব্যৱহাৰ, যিটো ১৬টা সংস্কাৰৰ ভিতৰত অন্যতম। সাধাৰণতে সন্তান জন্মৰ ১০ দিনৰ পিছত এই সংস্কাৰ হয়। যদি আপুনি আপোনাৰ কন্যা সন্তানৰ জন্মৰ পিছত ভাল নাম বিচাৰিছে তেন্তে মা দুৰ্গাৰ বহু নামৰ ভিতৰত এটা নাম বাছি ল’ব পাৰে। প্ৰকৃতি দেৱী, শক্তি, ভাগৱতী, মাতা ৰাণী, জগদম্বা,

কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন

কেলেংকাৰিত জড়িত থকাৰ অভিযোগত আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে তদন্ত ক্ষীপ্ৰতাৰে কৰি থকাৰ মাজতে আজি ৰাজ্য চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এগৰাকী আই এ এছ বিষয়াকে ধৰি চাৰি এ চি এছ বিষয়াক নিলম্বন কৰে ৷ নিলম্বিত আই এ এছ বিষয়া গৰাকী হ’ল শেৱালি দেৱী শৰ্মা ৷ আনহাতে