Month: March 2023

গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত দুই শিশু উদ্ধাৰ; বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা

গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত দুই শিশু উদ্ধাৰ; বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা

গুৱাহাটীৰ তেতেলীয়াৰ পৰা অপহৃত হোৱা শিশু দুটা উদ্ধাৰ। বিহাৰৰ বৈশালী জিলাত উদ্ধাৰ হৈছে শিশু দুটা। জিলাখনৰ মাহুৱা আৰক্ষী থানাৰ অন্তৰ্গত এক স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে দুয়োকে। সুধীৰ কুমাৰ ওৰফে

ফাদিল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকত, ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত নহ’বলৈ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

ফাদিল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকত, ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত নহ’বলৈ আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট

মহানগৰীৰ চান্দমাৰিত জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদৰ অভিনৱ প্ৰতিবাদ

মহানগৰীৰ চান্দমাৰিত জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদৰ অভিনৱ প্ৰতিবাদ

চলিতবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখনকৈ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডক লৈ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি মহানগৰীত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । হাইস্কুল

মহানগৰীৰ তেতেলীয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড!

মহানগৰীৰ তেতেলীয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড!

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । তেতেলীয়াৰ পৰা দুই শিশু অপহৰণ কৰে অচিনাক্ত দুৰ্বৃত্তই অপহৰণ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে থকা ঘৰৰ চোতালত খেলি থকা সময়তে শিশু দুটিক অপহৰণকাৰীয়ে

GPT-4 : চেটজিপিটিতকৈ অধিক উন্নত কৃত্রিম বুদ্ধিমত্তাধাৰী জিপিটি-৪ চেটবটৰ আত্মপ্রকাশ

GPT-4 : চেটজিপিটিতকৈ অধিক উন্নত কৃত্রিম বুদ্ধিমত্তাধাৰী জিপিটি-৪ চেটবটৰ আত্মপ্রকাশ

সম্প্রতি আত্মপ্রকাশ কৰিয়ে আলোড়ন সৃষ্টি কৰিছিল নতুন চেটবট চেটজিপিটিয়ে। এইবাৰ চেটজিপিটিক প্ৰত্যাহ্বান জনাবলৈ সাজু হ’ল অধিক উন্নত জিপিটি-৪। অপেনএআই ৰিছাৰ্চ কোম্পানীয়ে চেটজিপিটি তৈয়াৰ কৰিছিল আৰু একেটা প্রতিষ্ঠানে জিপিটি-৪ উদ্ভাৱন কৰিলে। কোম্পানীটোৱে জনোৱা