অসমলৈ আহি নিজৰ ঘৰলৈ অহা যেন অনুভৱ কৰিছো। শিক্ষাৰ্থীসকলক দেখি আকৌ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ মন গৈছে। উত্তৰ-পূৰ্বাঞ্চলখন বহুত ধুনীয়া। ক’ভিডৰ সময়ৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বহু লোকৰ সৈতে জড়িত হৈ আছো বুলি মন্তব্য অভিনেতা চনু সুদৰ।