অসমৰ গামোছাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI-TAGৰ প্ৰমাণপত্ৰ

1 min read

অসমৰ গামোছাক আনুষ্ঠানিকভাৱে GI TAG প্ৰদান।

মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিলে প্ৰমাণপত্ৰ।

সৰুসজাইত আজি উখল মাখল পৰিৱেশৰ মাজতে এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

GI-REG পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেল আজি আনুষ্ঠানিকভাৱে অসমৰ গামোছাৰ GI TAGৰ প্ৰমাণপত্ৰ প্ৰদান কৰে।

২০২২ চনৰ ডিচেম্বৰত অসমৰ গামোছাই লাভ কৰিছিল GI TAG।

You May Also Like

More From Author