খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰঃ অসমলৈ স্থানান্তৰ…

1 min read

অৱশেষত খালিস্তানী নেতা অমৃত পাল সিঙক গ্ৰেপ্তাৰ ৷ ৩৭ দিনে পলায়নৰ অন্তত দেওবাৰে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছে খালিস্তানী নেতা অমৃত পাল সিঙে ৷ ১৮ মাৰ্চৰ পৰা পঞ্জাৱ আৰক্ষীৰ পৰা পলায়ন কৰি আছিল অমৃত পালে ৷

পঞ্জাৱৰ মুগাত আত্মসমৰ্পন কৰিছে “ৱাৰিছ পঞ্জাৱ দে”ৰ সংগঠনটোৰ নেতাগৰাকীয়ে ৷ ৰাজ্যখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই সকলোকে শান্তি-শৃংখলা অটুত ৰাখিবলৈ আহ্বান জনাইছে ৷ লগতে ভুৱা বাতৰি প্ৰতাৰৰ পৰা বিৰত থাকিবলৈ সকলোকে টুইটযোগে আহ্বান জনাইছে ৷

You May Also Like

More From Author