ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল স্কুটী আৰোহীৰ…

0 min read
  • বদৰপুৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দেওবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
  • ডাম্পাৰে পিছফালৰ পৰা খুন্দিয়ালে স্কুটীসহ আৰোহীক।
  • দুৰ্ঘটনাত নিহত স্কুটী আৰোহী প্রদীপ কুমাৰ নাথ।
  • পেছাত তেওঁ এগৰাকী টেট শিক্ষক আছিল।
  • মৃত শিক্ষকজনৰ ঘৰ কাছাৰৰ কালাইনত বুলি জানিব পৰা গৈছে।
  • আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।

You May Also Like

More From Author