বিহু নাচৰ মাজতে মামাৰ লগত ছেলফি উঠিবলৈ ভিৰ নাচনীৰ।

1 min read

অসমীয়াৰ চেনেহৰ বিহুটিয়ে গঢ়িলে বিশ্ব অভিলেখ ! গীনিজ বুকৰ বিষয়ববীয়াৰ সন্মুখত ১১,৩০৪ গৰাকী বিহুৱা-নাচনীয়ে প্ৰদৰ্শন কৰিলে বিহু । কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ কৰ্তৃপক্ষই প্ৰদান কৰিব প্ৰমাণপত্ৰ।

অৱশেষত গৰু বিহুৰ আগদিনাই অসমবাসীলৈ আহিল সেই সুখবৰ। হেঁপাহৰ বিহুৱে গঢ়িলে বিশ্ব অভিলেখ। সৰুসজাইত ১১,৩০৪ গৰাকী নাচনী-বিহুৱাৰ লগতে অগণন লোক এই অনন্য ক্ষণৰ সাক্ষী হৈ ৰ’ল। বিশ্ব অভিলেখৰ সাক্ষী হৈ ৰ’ল সৰুসজাই ষ্টেডিয়াম।

You May Also Like

More From Author