জনতাৰ সুৰক্ষা আৰু সাৱধানতাক লৈ ৰাজ্য চৰকাৰৰ নতুন আইন ৷ অসম বিধানসভাত পাৰিত দ্য আছাম পাব্লিক ছেফটি (মেজাৰছ) এনফৰ্চমেণ্ট বিল, ২০২৩ ৷ পাঁচ গৰাকী নিয়োগ থকা ব্যৱসায়ীক প্ৰতিষ্ঠান, আৰু G+2 আৱাসীক এলেকাত এতিয়া পৰা সংস্থাপন হব লাগিব চিচিকেমেৰা ৷ চাৰ্ভাৰত ৩০ দিনৰ ফুটেজ মজুত থাকিব লাগিব ৷ যিকোনো মূহুৰ্তত আৰক্ষীয়ে
Month: April 2023
ড্ৰাগছৰ বাবে নিজ গৃহতে চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত এজন যুৱক। ধৃত যুৱকজনৰ নাম জগমোহন চমুৱা। মাতৃৰ সোণৰ গহণা, কাঁহৰ কাহি-বাতিৰ লগতে মূল্যৱান সা-সম্পদ চুৰি কৰি আৰক্ষীৰ জালত জগমোহন চমুৱা। মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে জগমোহন চমুৱাক। আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ ব্যৱসায়ী হাছান আলীকো। হাছান আলীৰ ঘৰৰ পৰা উদ্ধাৰ
আহি আছে ভয়ংকৰ দিন। ৰাজ্যত নতুনকৈ হ’ব আৰু নতুন ১৮খন টোলগেট। Watch Video
মাতৃভাষা বিৰোধী চৰকাৰখনৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৱে অহা ৮ এপ্ৰিলত ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব। তামুলপুৰৰ কচুবাৰীত দুদিনীয়া কৈ অনুষ্ঠিত হোৱা বাক্সা জিলা ছাত্ৰ সন্থাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ কথা প্ৰকাশ কৰে। বুধবাৰে মুকলি সভাত অংশ লৈ
চানক্য নীতি: আপোনাৰো আছে নেকি এইকেইটা অভ্যাস? আজিয়েই পৰিহাৰ কৰক, ধনবান হ’ব অতি সহজে… জীৱনত বহুতেই সফলতা লাভ কৰিবলৈ চানক্যৰ নীতি অনুসৰণ কৰা দেখা যায়।মানুহৰ জীৱন সম্পৰ্কে বহু নীতি দি হৈছে চানক্যই। মানুহৰ জীৱনত হৈ থকা আৰ্থিক সমস্যা দুৰ কৰিবলৈ চানক্যই বাখ্যা আগবঢ়াই গৈছে। চানক্যৰ মতে প্ৰত্যোক মানুহে চাফ-চিকুনতাৰ প্ৰতি